নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিদেশ ভ্রমণত ‘পৰিয়াল’ নীতি সলনি কৰা নহয়, অটল বিচিচিআই

নিউজ ডেস্ক, ২০ মাৰ্চঃ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে যিমানেই আপত্তি নকৰক কিয়, ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে খেলুৱৈসকলৰ সৈতে পৰিয়ালৰ সদস্যক বিদেশ ভ্রমণলৈ নিয়াৰ নীতি সলনি নকৰে৷ ব’ৰ্ডৰ সচিব দেৱজিৎ শহকীয়াই এই কথা স্পষ্ট কৰি দিয়ে৷ তেওঁ…

জৰ্জটাউন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ বদৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২০ মাৰ্চঃ আমেৰিকাৰ জৰ্জটাউন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ বদৰ খান সুৰীক গ্ৰেপ্তাৰ কৰা হৈছে। তাত তেওঁ পোষ্ট ডক্টৰেট ফেলো আছিল আৰু এতিয়া তেওঁক আমেৰিকাৰ পৰা বিতাড়িত কৰা হ’ব। খানৰ অধিবক্তাই জনোৱা মতে, সোমবাৰে নিশা…

ডিগবৈ আইঅ’চিত কৃষক মুক্তিৰ নেতা উমানন্দ মুদৈৰ ছিণ্ডিকেটৰাজ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ উজনি অসমৰ তিনিচুকীয়া জিলাখনত আন্দোলনকাৰী নেতা ৰূপে খ্যাত তথা তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উমানন্দ মুদৈয়ে ছিণ্ডিকেটত নামি পৰিছে বুলি অভিযোগ উঠিছে। ডিগবৈ আই অ চি (এ অ ডি) ঠিকাদাৰ সন্থাৰ…

বাংলাদেশত কৰায়ত্ত ৰহিংগীয়া সন্ত্ৰাসবাদী সংগঠনৰ শীৰ্ষনেতা আতাউল্লাহ 

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বাংলাদেশত আগশাৰীৰ ৰহিংগীয়া সন্ত্ৰাসবাদী গোষ্ঠী আৰাকান ৰহিংগিয়া চালভেছন আৰ্মী (এআৰএচএ)ৰ শীৰ্ষ নেতাকে ধৰি মুঠ ৬গৰাকী সদস্য কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বিগত ১৮ মাৰ্চৰ দিনা বাংলাদেশ আৰক্ষীৰ…

মহাকাশত ইতিহাস

প্রতিটো মহাকাশ অভিযানতেই কঠিন প্রত্যাহ্বান আৰু জটিলতা থাকে৷ সেয়েহে সফল নোহোৱালৈ মহাকাশ অভিযানক লৈ উৎকণ্ঠা থাকে৷ অনিশ্চয়তা আৰু প্রত্যাহ্বানক নেওচি মহাকাশ অভিযানত নাছা আৰু স্পেচএক্সে এক অভিলেখ গঢ়িলে৷ মহাকাশত এই অনাকাংক্ষিত ইতিহাসৰ গৰাকী হ’ল…

ড॰ নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনা বঁটা মিচিং আগম কৗবাঙৰ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ মিচিংসকলৰ ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে জন্মলগ্নৰে পৰা প্ৰচেষ্টা চলাই অহা মিচিং আগম কেবাঙে বিশিষ্ট ভাষাতত্ববিধ, চিন্তাবিদ তথা ‘আগম মিগাং’ নাহেন্দ্ৰ পাদুনক শিৱসাগৰ বৰ্ডিং খেলপথাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ মার্চ,চ’ত মাহৰ ৬ তাৰিখ বৃহস্পতিবাৰঃ তিথি– কৃষ্ণা ষষ্ঠী, নক্ষত্রঃ অনুৰাধা, যাত্রাঃ শুভ মেষঃ কন্যা সন্তানৰ বিবাহৰ যোগ৷ আর্থিকত ভাল দেখা যায়৷ কর্মত কিন্তু অসুবিধা পাব৷ বিদ্যাত সাফল্য লাভ কৰিব৷ ভ্রমণ নকৰাই ভাল৷ বৃষঃ সন্তানৰ শৰীৰ…

চাৰিদুৱাৰত প্ৰেমৰ পৰিণতিতে যুৱতীৰ আত্ম*হনন, অকলশৰীয়া মাতৃৰ হাহাকাৰ

বিশেষ বাৰ্তা, ১৯ মাৰ্চ : প্ৰেমৰ পৰিণতিতে এগৰকী যুৱতীয়ে চৰম পথ বাচি লবলগীয়া হোৱা এক ঘটনাই চাৰিদুৱাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাৰিদুৱাৰ ভবোলা-কালাপাহাৰ গাঁৱৰ প্ৰয়াত শিৱলাল নেৱাৰ আৰু হীৰা নেৱাৰৰ কন্যা ৰবিনা নেৱাৰে আজি নিজ শোৱনি কোঠাত চিপ লৈ…

অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য ঘোষণা ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি চূড়ান্ত ভাবুকি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ বৃহত্তৰ অসমখন যোৱা সেই দিনটোৰ পৰাই যেন অসমৰ উদিত সূৰ্য ক্ৰমশঃ লেবেজান হৈ আহিবলৈ ধৰিলে। কাৰণ তাৰ পিছৰে পৰা আমি ক'ব নোৱাৰাকৈ আমাৰ মন-মগজু, সমাজ সভ্যতা-সংস্কৃতি, ভাষা-ধৰ্ম সকলোতে…

কূটনৈতিক জগতৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰাইচিনা ডাইলগত ভাষণ পবিত্ৰ মাৰ্ঘেৰিটাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ কূটনৈতিক জগতৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰাইচিনা ডাইলগত ভাষণ প্ৰদান কৰে বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ভাৰতবৰ্ষই আয়োজন কৰা এই অনুষ্ঠানৰ দশম সংস্কৰণত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে মুখ্য…