নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ অসম আৰু অসমীয়াৰ বাবে ক্ৰীড়াক্ষেত্ৰৰ পৰা অহা আন এটা গৌৰৱময় খবৰ৷ আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰাজস্থান ৰয়েলছ দলক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে৷ আজি এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছে আনুষ্ঠানিক…

যুদ্ধবিৰতি : পুটিনৰ আশ্বাসক বিশ্বাস নকৰে জেলেনস্কীয়ে

নিউজ ডেস্ক, ২০ মাৰ্চঃ ইউক্রেইন আৰু ৰাছিয়াৰ যুদ্ধৰ অৱসান ঘটাবলৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে লোৱা ভূমিকাক লৈ বিশ্বজুৰি চর্চিত হৈছে৷ ইউক্রেইনৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ জেলেনস্কীৰ ৩০ দিনীয়া যুদ্ধবিৰতিৰ প্রস্তাৱৰ সমর্থনক লৈ…

তিনি ভাষা ফর্মূলাৰ অধীনত কোনো ভাষা কোনো ৰাজ্যত বলৱৎ নহয়

নিউজ ডেস্ক, ২০ মাৰ্চঃ ৰাষ্ট্রীয় শিক্ষা নীতিৰ অধীনত তিনি ভাষা ফর্মূলাৰ অধীনত কোনো ৰাজ্যতে কোনো ভাষা বলৱৎ কৰা নহয়৷ আজি ৰাজ্যসভাত এক লিখিত প্রশ্ণৰ উত্তৰত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে এই উত্তৰ দিয়ে৷ শিক্ষা মন্ত্রালয়ৰ মতে ৰাজ্যসমূহৰ দ্বাৰা ভাষা…

জাৰ্মান ছেফাৰ্ডে প্ৰাণ ল’লে অশীতিপৰ বৃদ্ধাৰ

নিউজ ডেস্ক, ২০ মাৰ্চঃ এক শোকাৱহ ঘটনা৷ উত্তৰ প্রদেশৰ কানপুৰৰ সমীপৰ ৰাৱালপুৰত পোহনীয়া কুকুৰৰ হাতত প্রাণ হেৰুৱালে এগৰাকী ৯০ বছৰীয়া মহিলাই৷ জার্মান ছেফার্ড মৰমৰ কুকুৰটোৱে ৯০ বছৰীয়া মহিলাগৰাকীক তেওঁৰ বাসগৃহৰ বাৰাণ্ডাত উপর্যুপৰি আক্রমণ কৰাৰ ফলত…

সম্পৰ্ক বিচ্ছেদিত চাহাল-ধনশ্ৰী, বান্দ্ৰা ফেমিলী কৰ্টত সম্পন্ন সিদ্ধান্ত

নিউজ ডেস্ক, ২০ মাৰ্চঃ টীম ইণ্ডিয়াৰ স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদ নিশ্চিত হৈছে। ২০২০ চনৰ ডিচেম্বৰ মাহত চাহাল আৰু ধনশ্ৰীৰ বিবাহ হৈছিল। এতিয়া প্ৰায় চাৰি বছৰীয়া বিবাহৰ অন্তত দুয়োৰে আনুষ্ঠানিকভাৱে বিচ্ছেদ ঘটিছে।…

ছত্তিশগড়ত ভয়ানক নক্সালবিৰোধী অভিযান, নিহত ২২

নিউজ ডেস্ক, ২০ মাৰ্চঃ ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে নক্সালবাদীৰ বিস্তৰ ক্ষতি কৰিছে। বিজাপুৰ-দান্তেৱাড়া সীমান্তৰ গংগালুৰ থানাৰ অন্তৰ্গত বনাঞ্চলত সংঘটিত এনকাউণ্টাৰত ১৮জন…

বৰদুৱাৰ বাগানত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ৰাজ্যখনৰ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণাৰ উপৰি যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ হৈ উঠাৰ লগে লগে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদীয় এলেকাতো নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ হোৱা…

সুনীতা উইলিয়ামছৰ অভিযানত ছিপাঝাৰৰ ভবানী শৰ্মা

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ : বিশ্ব বিশ্ৰুত বিজ্ঞানী সুনীতা উইলিয়ামছক মহাকাশৰ পৰা পৃথিৱীলৈ ওভতাই অনাৰ ক্ষেত্ৰত যি সকল বিজ্ঞানী জড়িত হৈ আছে তাৰ ভিতৰত আছে এগৰাকী অসম সন্তান। সমগ্ৰ অভিযানটোৰ লগত ছিপাঝাৰৰ হাজৰাকাপাৰাৰ সন্তান তথা বৰ্তমান লছ…

ব’হাগ বিহুৰ পিছতে অসমত পঞ্চায়ত নির্বাচন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ বিহুৰ পিছতেই অসমত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন৷ যোৱা দীর্ঘদিন ধৰি পঞ্চায়ত নির্বাচনক লৈ চলা বিতর্ক–চর্চাৰ পিছত অৱশেষত মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত দিলে গ্রীন ছিগনেল৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীৰ…

আমেৰিকাৰ সদৃশ হ’ব অসমৰ ৰাষ্ট্রীয় ঘাইপথ

📌বৰাক উপত্যকাৰ পৰা আইজল–ইম্ফললৈ দুর্গম এলেকাত উন্নত প্রযুক্তিৰে নির্মাণ কৰা হ’ব ৰাষ্ট্রীয় ঘাইপথ, লোৱা হ’ব ছুইজাৰলেণ্ড–অষ্ট্রিয়াৰ সহায় 📌 ২০২৭ত সম্পূর্ণ হ’ব গুৱাহাটী ৰিং ৰোড বিশেষ বাৰ্তা, ২০ মাৰ্চঃ আমেৰিকাৰ সদৃশ হব অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ।…