দলত নাই মেছি : ব্রাজিল–উৰুগুৱেৰে আৰ্জেণ্টিনাৰ বিশ্বকাপ কোৱালিফায়াৰ মেচ
নিউজ ডেস্ক, ১৯ মাৰ্চঃ ২৬ মার্চত ব্রাজিলৰ বিপক্ষে মুখামুখি হ’ব বিশ্ব চেম্পিয়ন আর্জেণ্টিনা৷ ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ মেগা মেচৰ পূর্বে আর্জেণ্টিনাৰ শিবিৰত উদ্বেগৰ খবৰ৷ বহু প্রতীক্ষিত এই মেচখনত খেলিব নোৱাৰিব আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল…