নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পিএছএলক বুঢ়া আঙুলি দঃ আফ্রিকাৰ ক্রিকেটাৰৰ

🔹 চুক্তিবদ্ধ আইপিএলৰ মুম্বাই ইণ্ডিয়ান দলত নিউজ ডেস্ক, ১৮ মার্চ : ভাৰতৰ আইপিএল আৰু পাকিস্তান ছুপাৰ লীগ একে সময়তে অনুষ্ঠিত হ’ব৷ আনকি প্রতিযোগিতা আৰম্ভ হোৱাৰ আগতেই দুয়ো দেশৰ মাজত সংঘাত আৰম্ভ হয়৷ দক্ষিণ আফ্রিকাৰ এগৰাকী ক্রিকেটাৰে পাকিস্তানী…

সুকন্যা : নার্ছাৰীৰে আত্মসংস্থাপনৰ বাট মুকলি ছিপাঝাৰৰ পখিলা বৰাৰ

ৰঞ্জিত কুমাৰ নাথ এগৰাকী মহিলা হৈও সম্পূর্ণ ব্যৱসায়িক মনোভাৱেৰে নার্ছাৰী স্থাপন কৰি নিজে সংস্থাপিত হোৱাৰ উপৰি প্রত্যক্ষ আৰু পৰোক্ষভাৱে কর্মসংস্থাপন সৃষ্টি কৰি দহৰ বাবেও উপার্জনৰ এটা পথ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ছিপাঝাৰৰ পখিলা বৰা নাথ নামৰ…

সুকন্যা : ৩৫ বছৰে লোককৃষ্টি প্রচাৰ বৰদৌলগুৰি পাৰিজাত নামতি দলৰ

গৌতম কলিতা কৃষ্টি–সংস্কৃতি এটা জাতিৰ দাপোণ সদৃশ৷ সংস্কৃতি অবিহনে এটা জাতিৰ স্বকীয়তা যেন অন্তঃসাৰশূন্য৷ বিভিন্ন জাতি–জনগোষ্ঠীৰে সমৃদ্ধিশালী অসমখন থলুৱা লোকবাদ্য, লোককৃষ্টিৰ ক্ষেত্রত ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত যথেষ্ট আগবঢ়া বুলিয়েই ক’ব…

পূৰ্ণগতিত চলিছে গৌৰীপুৰ মাটিয়াবাগৰ হাৱা মহল সংৰক্ষণৰ কাম

ধুবুৰীৰ পৰা অমিতাভ বৰুৱাৰ প্ৰতিবেদন, ১৮ মাৰ্চঃ পূৰ্ণ গতিত চলিছে গোৱালপৰীয়া লোক সংগীতৰ সাম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ, ধুবুৰী জিলাৰ গৌৰীপুৰ সমীপৰ মাটিৱাবোগৰ হাৱা মহল’ৰ সংৰক্ষণৰ কাম। পুৰণি গোৱালপাৰা জিলাৰ বহু ইতিহাসৰ…

শিক্ষা বিভাগত ভিন্ন পদত নিযুক্তিৰ প্ৰস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ মার্চ অসম লোকসেৱা আয়োগে অসম শিক্ষা সেৱাৰ অধীনত স্কুল ইন্সপেক্টৰ/ জিলা প্রাথমিক শিক্ষা বিষয়া/উপ-সঞ্চালক পদৰ বাবে আবেদন বিচাৰিছে৷

ডিব্ৰুগড়ৰ চৈয়দ চাদুল্লালৈ গণশিল্পী মঘাই ওজা বঁটা

বিশেষ বাৰ্তা, ১৯ মার্চঃ গণশিল্পী মঘাই ওজা কলাক্ষেত্রই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী "মঘাই ওজা বঁটা" এই বছৰ বিশিষ্ট শিল্পী, সুৰকাৰ, গীতিকাৰ তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বাদ্যযন্ত্ৰী শিল্পী চৈয়দ চাদুল্লালৈ আগবঢ়োৱা হৈছে।…

মহাসংকটত মহাবাহু : গৰৈমাৰীত মৰুভূমিত পৰিণত ব্ৰহ্মপুত্ৰৰ বক্ষ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ গৰৈমাৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ উদ্বেগজনকভাবে হ্রাস পোৱাত নৈপৰীয়া ৰাইজ একপ্ৰকাৰ শংকাত ভূগিছে৷ অসম আৰু অসমীয়াৰ জীৱন ৰেখাসদৃশ ব্রহ্মপুত্র…

৪৮ ঘণ্টাত পাকিস্তানত নিহত শতাধিক জোৱান

নিউজ ডেস্ক, ১৮ মাৰ্চঃ এফালে বেলুচ লিবাৰেচন আর্মী (বিএলএ), আনফালে তেহৰিক–ই–তালিবান পাকিস্তান (টিটিপি)৷ এই দুই সন্ত্রাসবাদী সংগঠনে নিদ্রাহৰণ কৰিছে পাকিস্তানৰ শ্বেহৱাজ শ্বৰীফ প্রশাসনৰ৷ বেলুচিস্তানত ৰে’ল অপহৰণৰ পাছত যোৱা ৪৮ ঘণ্টাত নতুনকৈ ৫৭টা…

ডিপিএছ নুমলীগড়ত শিক্ষকৰ পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ মার্চ দিল্লী পাব্লিক স্কুল, নুমলীগড়ত বিভিন্ন বর্গৰ একাধিক শিক্ষক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

কৃষক উৎপাদক সংস্থা মেলাত অংশগ্ৰহণ অতুল বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মাৰ্চঃ অসমৰ দৰে ৰাজ্য এখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকল সংঘৱদ্ধ নহ’লে ঈপ্সিত লক্ষ্যত উপনীত হ’ব নোৱাৰে। একোবিধ মানবিশিষ্ট শস্যৰ উৎপাদনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এখন নিশ্চিত বজাৰ পাবলৈ কৃষক উৎপাদক সংস্থা গঠন কৰাৰ…