নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ মাৰ্চ, ফাগুন মাহৰ ২০ তাৰিখ, বুধবাৰ মেষ : ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়৷ বিয়া–বাৰুৰ কথাত আগ নবঢ়াই ভাল৷ বৃষ : পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব৷ চাকৰিত সাফল্য…

কাইলৈৰ পৰা জোনাইৰ জেলেম গাঁৱত প:ৰাগ উৎসৱ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : মিচিং জনগোষ্ঠীৰ অন্যতম কৃষি ভিত্তিক উৎসৱ পঃৰাগ (নৰা ছিগা বিহু) জোনাইৰ শতিকা গৰকা জোনাইৰ অসম অৰুণাচল সীমান্ত পুৰণা জেলম গাঁৱত বুধবাৰৰ পৰা তিনি দিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হব। ইতিমধ্যে প:ৰা…

ধুবুৰীত ৰে’লৱেৰ বিল্ডিঙৰ স্থাপত্যশৈলীক লৈ অসন্তুষ্টি BJYMৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ধুবুৰীত ৰেলৱে বিভাগৰ নিৰ্মীয়মান বিল্ডিঙৰ স্থাপত্যশৈলীক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী জিলা সমিতিয়ে এনএফ ৰেলৱেৰ পশ্চিমবংগৰ আলিপুৰদুৱাৰস্থিত ডিআৰমএম লৈ এখন পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা…

যুদ্ধ বিভীষিকাৰ মাজতে ১৯,৫৪৬টি শিশু অপহৰণ ৰাছিয়াৰ!

নিউজ ডেস্ক, ৪ মাৰ্চঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘাত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ দীৰ্ঘদিনীয়া যুদ্ধ। এই যুদ্ধত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱালে। কোটি কোটি টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। কিন্তু এতিয়া এই যুদ্ধৰ সময়ত…

গুজৰাটৰ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ বনতাৰা পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, ৪ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ, বনতাৰা উদ্বোধন কৰে। বনতাৰাত দুহেজাৰৰো অধিক প্ৰজাতিৰ প্ৰাণী আৰু ডেৰ লাখৰো অধিক উদ্ধাৰ হোৱা বিলুপ্তপ্ৰায় আৰু ভাবুকি কঢ়িয়াই অনা…

ধুবুৰীৰ আলমগঞ্জত যুৱতীক দলবদ্ধ ধ*ৰ্ষণ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : মানৱ সমাজক লজ্জানত কৰি ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ আলমগঞ্জত এগৰাকী যুৱতী দলবদ্ধ ধৰ্ষণৰ বলী হৈ সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি হ'বলগীয়া হোৱাৰ এক পাশবিক ঘটনা সংঘটিত হোৱাৰ এক ঘটনা পোহৰলৈ…

শ্বামাক তীব্র গৰিহণা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মাৰ্চঃ চলিত চেম্পিয়নছ ট্ৰফীৰ মাজতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শর্মাক উদ্দেশ্যি কংগ্রেছৰ এগৰাকী নেত্রীয়ে কৰা এটা বিতর্কিত প’ষ্টে সম্প্রতি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কংগ্রেছ নেত্রী তথা দলটোৰ মুখপাত্র ডাঃ শ্বামা মহম্মদে…

জামিন পালেও কাৰাগাৰৰে আলহী হৈ থাকিব লাগিব মহবুবুল হক

🔹 পাথাৰকান্দিৰ এটা গোচৰত সকাহ ষ্টাফ ৰিপ’টাৰ, ৪ মার্চ : ধনৰ বিনিময়ত শিক্ষার্থীক অধিক নম্বৰ লাভৰ সুযোগ দিয়াৰ অভিযোগত গ্রেপ্তাৰ হোৱা ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকনল’জী, মেঘালয় (ইউএছটিএম)ৰ আচার্য মহবুবুল হকে এটা গোচৰত কালি জামিন লাভ কৰিছে৷…

৫৬৩ কোটি ব্যয়ে : গাদ্দাফি ষ্টেডিয়ামৰ চাদৰ পৰা পৰিল পানী

নিউজ ডেস্ক, ৪ মাৰ্চঃ চেম্পিয়নছ ট্ৰফীৰ পূর্বে নতুনকৈ নির্মাণ কৰা হৈছিল লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম৷ ইয়াৰ বাবে পাকিস্তান ক্রিকেট ব’র্ডে খৰচ কৰিছিল ৫৬৩ কোটি টকা৷ উক্ত খেলপথাৰখনত বুধবাৰে ছেমিফাইনেলত মুখামুখি হ’ব নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকা৷…

চেন্নাইনক হৰুৱাই প্লে-অফত নর্থ-ইষ্ট ইউনাইটেড

নিউজ ডেস্ক, ৪ মাৰ্চঃ নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগৰ প্লে–ফত স্থান নিশ্চিত কৰিছে৷ চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত প্রাক্তন চেম্পিয়ন চেন্নাইন এফচিক ৩–০ গ’লত পৰাস্ত কৰি লীগৰ অন্তিমখন মেচ…