নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাঁচ মিনিটত ২৫০ গ্রাম জ্বলি থকা আঙঠা ভক্ষণ

🔹 ৱর্ল্ড বুক অৱ ৰেকর্ডছত সন্নিৱিষ্ট মাজুলীৰ ৰিদীপ শইকীয়াৰ নাম বিশেষ বাৰ্তা, ৫ মার্চ : জ্বলি থকা আঙঠা সাধাৰণ খাদ্যৰ দৰে ভক্ষণ কৰি ৱর্ল্ড বুক অৱ ৰেকর্ডছত নাম সন্নিৱিষ্ট কৰি এক নতুন ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে মাজুলীৰ ৰতনপুৰৰ এজন যুৱকে৷ তেওঁৰ…

ভূত বাংলাত পৰিণত কোটিটকীয়া ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰ

🔹 দুবছৰে কেন্দ্ৰটোত পদধূলা নপৰিল বিভাগীয় বিষয়া-কৰ্মচাৰীৰ নিয়মীয়া বার্তা, ৫ মাৰ্চ : ভূত বাংলাত পৰিণত হৈছে এক কোটিটকীয়া ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰ। কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু ঢকুৱাখনাৰ বৰ্ণময় সকলো লোক-সাংস্কৃতিক তথ্য উপলব্ধ কৰি…

ৰতন টাটাৰ নামেৰে হ’ব জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্রকল্প

🔹 ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত বিশেষ বাৰ্তা, ৫ মার্চ : ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন, লোকনির্মাণ বিভাগৰ নিবিদাৰ জৰিয়তে ঠিকাৰ কাম আৰু স্কিল চেণ্টাৰ স্থাপনকে ধৰি কালি ৰাজ্যিক কেবিনেটে গ্রহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ…

গুজৰাটৰ জামনগৰত বহুচর্চিত ‘বনতাৰা’ উদ্বোধন প্রধানমন্ত্রীৰ

🔹 ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানিৰ পুত্র অনন্ত আম্বানিৰ সপোনৰ প্রকল্প পৰিদর্শন মোদীৰ নিউজ ডেস্ক, ৫ মার্চ : দেশজুৰি বহুল চর্চিত বনতাৰা মুকলি কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ গৃহৰাজ্য গুজৰাটৰ জামনগৰত ৰিলায়েঞ্চ জামনগৰ শোধনাগাৰ চৌহদত…

ৰামানুজন কলেজত ১৪টা সহকাৰী অধ্যাপকৰ পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ১০ মার্চ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ৰামানুজন কলেজত ভিন্ন বিষয়ৰ সহকাৰী অধ্যাপকৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

কাৰোবাক মিঞা কিম্বা পাকিস্তানী কোৱাটো অপৰাধ নহয় :  উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, ৫ মার্চ : কাৰোবাক মিঞা–তিঞা কিম্বা পাকিস্তানী কোৱাটো বেয়া দেখি যদিও ই অপৰাধ নহয়৷ অর্থাৎ এই ব্যৱহাৰে ধর্মীয় অনুভূতিত আঘাত কৰাটো নুবুজায়৷ উচ্চতম ন্যায়ালয়ে কালি এক শুনানি গ্রহণ কৰি এই মত ব্যক্ত কৰে৷ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ…

আমদানিকৃত মার্কিন সামগ্রীত ১৫ শতাংশ শুল্ক বলৱৎ

🔹 আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক প্রত্যাহ্বান চীনৰ নিউজ ডেস্ক, ৫ মার্চ : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে চীনৰ সামগ্রীৰ ওপৰত আৰোপ কৰা শুল্কক প্রত্যাহ্বান জনাই কালি চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে আমদানিকৃত…

নিউজিলেণ্ডৰ সন্মুখত শক্তিশালী দক্ষিণ আফ্রিকা

🔹 লাহোৰত আজি চেম্পিয়নছ ট্রফীৰ দ্বিতীয় ছেমি নিউজ ডেস্ক, ৫ মার্চ : আইচিচি চেম্পিয়নছ ট্রফীৰ আজি লাহোৰত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব প্রাক্তন দুই চেম্পিয়ন নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাই৷ দক্ষিণ আফ্রিকাই ১৯৯৮ চনত…

অষ্ট্রেলিয়াক হৰুৱাই চেম্পিয়নছ ট্রফীৰ ফাইনেলত ভাৰত

🔹 কোহলিৰ দুর্দান্ত ৮৪ 🔹 ১৪ বছৰ পিছত আইচিচিৰ নকআউট মেচত অষ্ট্রেলিয়াক পৰাস্ত নিউজ ডেস্ক, ৫ মার্চ : অৱশেষত আইচিচিৰ নকআউট মেচত অষ্ট্রেলিয়াৰ বিৰুদ্ধে থকা ব্যর্থতাৰ ধাৰা ভংগ কৰিলে টীম ইণ্ডিয়াই৷ চলিত চেম্পিয়নছ ট্রফীৰ ডুবাইত অনুষ্ঠিত প্রথমখন…

কৃত্রিম বুদ্ধিমত্তাৰ ভৱিষ্যৎ

বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জটিল ক্ষেত্রবোৰৰ কথা বাদেই, এতিয়া মানুহৰ দৈনন্দিনত কৃত্রিম বুদ্ধিমত্তাই গভীৰভাৱে প্রৱেশ কৰি জীৱনটোৰ ভালেমান কথা সলনি কৰি দিছে৷ আজি এ আইভিত্তিক প্রযুক্তিসমূহে স্বাস্থ্যসেৱা, শিক্ষা, ব্যৱসায়, বিনোদন আৰু চৰকাৰী…