মহাকুম্ভৰ ভক্তৰ মল-মূত্র, বেক্টেৰিয়াত বিষাক্ত গংগাৰ পানী
📌 কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ প্রতিবেদন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ মহাকুম্ভত ত্রিবেণী সংগমত ভয়াৱহ প্রদূষণ৷ স্বয়ং কেন্দ্রীয় চৰকাৰৰ তথ্যতেই প্রকাশ পাইছে এই প্রদূষণৰ ভয়াৱহতা৷ বিশ্বৰ সবাতোকৈ বৃহত্তম সমাৱেশ হিচাপে পৰিগণিত…