নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

টাইপাৰ বিৰুদ্ধে শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ এজাহাৰ

🔹 সুমতি কামনাৰে ১০৮ খন প্ৰাথমিক শাখাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী : টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই সোণাৰিত সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধান দাহ কৰাৰ পাছতেই সৰৱ হৈ পৰিছে সংঘৰ ভকত আৰু আই-মাতৃসকল…

এজন খেলুৱৈৰ ওপৰত নির্ভৰ নকৰিব

🔹 টীম ইণ্ডিয়ালৈ পৰামর্শ কপিল দেৱৰ নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : আইচিচি চেম্পিয়নছ ট্ৰফীৰ পূর্বে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্রাক্তন কিংবদন্তি পেচ বলাৰ কপিল দেৱে৷ আঠটা দলৰ মাজত হ’বলগীয়া আইচিচিৰ সন্মানীয়…

জে’লতে থাকিব লাগিব চুমি–বিশাল–তার্কিক

🔹 ৰাজ্য কঁপোৱা অনলাইন ট্রেডিং কেলেংকাৰি ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ ফেব্রুৱাৰী : কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পথ এতিয়াও প্রশস্ত হোৱা নাই কেইবাহাজাৰ কোটিটকীয়া ট্রেডিং কেলেংকাৰিৰ মূল অভিযুক্ত চুমি বৰা, বিশাল ফুকন আৰু তার্কিক বৰাৰ৷ ডিব্রুগড়ৰ বৰবৰুৱা…

নদীপথেৰে ২৪৮ কিঃমিঃ অতিক্রম মহাকুম্ভৰ ভক্তৰ

🔹 বিহাৰৰ যুৱকৰ অভিনৱ যাত্রা নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : পুণ্য লাভৰ আশাত উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভমুখী হৈ পৰিছে সমগ্র ভাৰত৷ সময় যিমানে আগবাঢ়িছে সিমানে প্রয়াগৰাজৰ পুণ্যতীর্থত জনতাৰ ভিৰ বৃদ্ধি পাইছে৷ কোটি কোটি মানুহৰ…

চিৰাঙত বিচাৰ বিভাগত পিয়নৰ পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ ফেব্রুৱাৰী চিৰাঙৰ মুখ্য জুডিচিয়েল মেজিষ্ট্রেট কার্যালয়ত এটি পিয়ন পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নিঃশেষৰ পথত ওদালগুৰিৰ ননৈ অভয়াৰণ্য

🔹 বন্যপ্রাণীৰ বিচৰণভূমিত দিনে–নিশাই গছ কাটি তহিলং নিয়মীয়া বার্তা, ভেৰগাঁও, ১৮ ফেব্রুৱাৰী : ওদালগুৰি জিলাৰ ভূটান সীমান্তৱর্তী প্রাকৃতিক মনোমোহা অঞ্চল তথা ধনশিৰি বন সংমণ্ডলৰ অধীনৰ বিভিন্ন মূল্যৱান গছ–গছনি আৰু বিভিন্ন বন্য জীৱ–জন্তুৰ…

দেশৰ ব্যস্ততাপূর্ণ ৬০টা ৰে’ল ষ্টেচনত ব্যৱহাৰ হ’ব এআই প্রযুক্তি

🔹 নতুন দিল্লীৰ পদপিষ্ট ঘটনাৰ পিছতে তৎপৰ কেন্দ্রীয় চৰকাৰ নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : দেশৰ ৰাজধানী দিল্লীৰ ৰে’ল ষ্টেচনত অত্যধিক ভিৰৰ চাপত পদপিষ্ট হৈ ১৮গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত বিভিন্ন মহলৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্রৰ মোদী চৰকাৰ৷…

ডুবাইত টীম ইণ্ডিয়াৰ বাবে তৈয়াৰ নতুন পিটচ

নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্রফী৷ প্রতিযোগিতাখনৰ ভাৰতীয় দলটোৰ সকলো মেচ ডুবাইত অনুষ্ঠিত হ’ব৷ ২০ ফেব্রুৱাৰীত বাংলাদেশৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব ৰোহিত বাহিনীয়ে৷ ডুবাইত ভাৰতীয়…

প্রাক্তন মার্কিন ৰাষ্ট্রপতি অ’বামা সমকামী, মিছেল পুৰুষ !

🔹 ধনকুবেৰ এলন মাস্কৰ পিতৃৰ দাবীক লৈ আমেৰিকাত চাঞ্চল্য নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা আৰু তেওঁৰ পত্নী মিছেলক লৈ অশোভনীয় মন্তব্য কৰিছিল ধনকুবেৰ এলন মাস্কৰ পিতৃ এৰল মাস্কে৷ ড’নাল্ড ট্রাম্পৰ প্রশাসনত…

প্রথম পত্নীৰ অজ্ঞাতে দ্বিতীয় বিয়া : বিহাৰত স্বামীক ভগালে দুই মহিলাই

🔹 আৰক্ষীৰ পৰামর্শ কেন্দ্রৰ সিদ্ধান্ত নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : পত্নী দুগৰাকী৷ প্রথম পত্নীক নজনোৱাকৈ দ্বিতীয়বাৰ সংসাৰ পাতে বিহাৰৰ পূর্ণিয়াৰ এজন বাসিন্দাই৷ এই ঘটনাক লৈ অভিযোগ দাখিল হয় আৰক্ষীৰ ওচৰত৷ শেষত সিদ্ধান্ত হয় যে দুয়ো পত্নীয়ে ভগাই…