নিয়োগ বাৰ্তা অসম ন্যায়িক সেৱাত তৃতীয়বর্গৰ পদৰ বিজ্ঞাপন নিয়মীয়া বাৰ্তা Feb 18, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ৩ মার্চ গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রকাশ কৰা নিযুক্তি জাননী অনুসৰি অসম ন্যায়িক সেৱাৰ কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
আন্তঃৰাষ্ট্ৰীয় সাহায্য বন্ধ ! ট্রাম্পে কাঢ়িব এইডছ ৰোগীৰ প্রাণ নিয়মীয়া বাৰ্তা Feb 18, 2025 🔹 উদ্বিগ্ন ৰাষ্ট্রসংঘ : ৫ বছৰত বিশ্বত মৃত্যু হ’ব পাৰে ৬ লক্ষাধিক এইডছ আক্রান্তৰ নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সিদ্ধান্তৰ ফলত পৃথিৱীজুৰি লাখ লাখ লোকে প্রাণ হেৰুৱাব পাৰে৷ এই আশংকা কৰিছে ৰাষ্ট্রসংঘই৷…
আন্তঃৰাষ্ট্ৰীয় ডুবাইত খেলপথাৰত বহি খাদ্য গ্ৰহণ কোহলিৰ নিয়মীয়া বাৰ্তা Feb 18, 2025 🔹 ব্যক্তিগত ৰান্ধনী নিয়াত বাধা ব'ৰ্ডৰ নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত অষ্ট্রেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ বিচিচিআইৰ নির্দেশ আছিল যে ভ্রমণৰ সময়ত ক্রিকেটাৰসকলে…
আন্তঃৰাষ্ট্ৰীয় লাহোৰ–কৰাচী ষ্টেডিয়ামত নাই ভাৰতৰ পতাকা নিয়মীয়া বাৰ্তা Feb 18, 2025 🔹 চেম্পিয়নছ ট্রফীৰ প্রাকমুহূর্তত পুনৰ বিতর্কত পাকিস্তান নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : আইচিচি চেম্পিয়নছ ট্রফীলৈ মাজত মাথোঁ কেইটামান ক্ষণ বাকী ৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন৷ প্রতিযোগিতাখনলৈ মাজত মাথোঁ কেইটামান…
সম্পাদকীয় ৰাষ্ট্রীয় সুৰক্ষালৈ ভাবুকি নিয়মীয়া বাৰ্তা Feb 18, 2025 দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সার্বভৌমত্ব বিপন্ন কৰিবলৈ অহৰহ চক্রান্ত চলাই আহিছে চুবুৰীয়া পাকিস্তানে৷ ধর্মভিত্তিক দেশ বিভাজনৰ পাছত পাকিস্তানে বিগত আঠ দশক ধৰি ভাৰতবিৰোধী অভিযানত ব্যস্ত হৈছে৷ এইক্ষেত্রত চুবুৰীয়া দেশখনৰ কুখ্যাত চোৰাংচোৱা সংস্থা…
অসম আজিৰ দিনটোৰ ৰাশিফল নিয়মীয়া বাৰ্তা Feb 18, 2025 আজি ১৮ ফেব্রুৱাৰী, ফাগুন মাহৰ ৫ তাৰিখ মঙলবাৰ : তিথি– কৃষ্ণা ষষ্ঠী, নক্ষত্র : স্বাতী, যাত্রা : শুভ মেষ : খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক৷ ফুৰা–মেলাতো সাৱধান হওক৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩৷ বৃষ :…
অসম বান্দৰদেৱাত লক্ষাধিক টকাৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক নিয়মীয়া বাৰ্তা Feb 17, 2025 নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : :সোমবাৰে দিনৰ প্ৰায় ৯ বজাত লখিমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষীৰ জালত পৰে হেৰ’ইনসহ এজন সৰবাহকাৰী ৷ বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আগবাহাদুৰ থাপাই জনোৱা মতে, এক বিশেষ সূত্ৰৰ পম খেদি পথালি টোলগেটৰ সমীপত…
নিয়োগ বাৰ্তা উচ্চতম ন্যায়ালয়ত ২৪১টা পদ মুকলি নিয়মীয়া বাৰ্তা Feb 17, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ৮ মার্চ উচ্চতম ন্যায়ালয়ত গ্রুপ বিৰ ২ শতাধিক কনিষ্ঠ আদালত সহায়কৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
ক্রীড়া-জগত গুৱাহাটীত কেকেআৰ–চিএছকেৰে খেলিব ৰাজস্থান ৰয়েলছে নিয়মীয়া বাৰ্তা Feb 17, 2025 🔹 আৰআৰৰ নতুন শ্ল’গান– ‘এটা দল, দুখন ঘৰ’ : জন্ম ৰাজস্থানত, উদযাপন অসমত ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্রুৱাৰী : ৰাজস্থান ৰয়েলছে আসন্ন আইপিএলৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ আইপিএলৰ প্রথম বর্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে ২৬ মার্চত গুৱাহাটীত…
অসম ভুৱা প্রতিষ্ঠান ইউএছটিএমত বিক্রী হয় পিএইচডি নিয়মীয়া বাৰ্তা Feb 17, 2025 🔹 মুখ্যমন্ত্রীৰ গুৰুতৰ অভিযোগ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্রুৱাৰী : ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকন’লজী মেঘালয় (ইউএছটিএম)ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মেঘালয়ৰ পাহাৰ কাটি গুৱাহাটী মহানগৰীত কৃত্রিম বান সৃষ্টিত…