ভুৱা প্রতিষ্ঠান ইউএছটিএমত বিক্রী হয় পিএইচডি
🔹 মুখ্যমন্ত্রীৰ গুৰুতৰ অভিযোগ
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্রুৱাৰী : ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকন’লজী মেঘালয় (ইউএছটিএম)ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মেঘালয়ৰ পাহাৰ কাটি গুৱাহাটী মহানগৰীত কৃত্রিম বান সৃষ্টিত…