স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত টিহুৰ প্ৰাক্তন আছু কৰ্মী
নিময়ীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ বিগত এমাহে শয্যাগত হৈ আছে টিহুৰ মেধিপাৰা নিৱাসী প্ৰাক্তন আছু কৰ্মী তথা স্হানীয় সাংবাদিক ধনঞ্জয় বৰপূজাৰী। শৰীৰৰ এটা অংশ অচেতন হৈ পৰাত এখন চকীত বহি পাৰ কৰিছে যন্ত্ৰনাকাতৰ সময়।…