নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মৰিয়নি স্বাস্থ্য কেন্দ্ৰৰ মাটি বেদখলমুক্ত প্ৰশাসনৰ

বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ মৰিয়নি নগৰৰ ৫নং ৱাৰ্ডৰ বাপুজী ষ্টেডিয়ামৰ গাতে লাগি থকা এডোখৰ চৰকাৰী মাটি আজি প্ৰশাসনে বেদখলমুক্ত কৰে। মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নামত থকা এই মাটিখিনিত দীৰ্ঘদিন ধৰি একাধিক পৰিয়ালে বেদখল চলাই ঘৰ…

কাইলৈ চেম্পিয়নছ ট্ৰফীৰ অন্তিম আখৰা, ফৰ্ম ঘূৰাই পোৱাৰ আশা বিৰাটৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ টি-২০ শৃংখলাত ইংলেণ্ডক পৰাস্ত কৰাৰ পিছত টীম ইণ্ডিয়াই এদিনীয়া শৃংখলাত ইংলেণ্ডকো পৰাস্ত কৰিছে। পাঁচখন খেলৰ টি-২০ শৃংখলাত ভাৰতে ৪-১ত জয়লাভ কৰিছিল। এতিয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাত ২-০ত আগবাঢ়ি আছে…

সম্পাদকীয় : সাহিত্য সভাৰ ব্যতিক্রমী অধিৱেশন

অসমৰ ভাষা–সাহিত্য–সংস্কৃত্ প্রচাৰ আৰু প্রসাৰত অনবদ্য বৰঙণি আগবঢ়োৱা অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিৱেশনৰ চাৰি ফেব্রুৱাৰীত সফল সামৰণি হৈছে৷ পাঁচদিনীয়া কার্যসূচীৰে অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনখন কেইবাটাও দিশত ব্যতিক্রমী অধিৱেশন ৰূপে…

ডেৰ মাহত ১০বাৰ ঊৰ্ধ্বমুখী সোণৰ দাম, আৰু বাঢ়িব মূল্য

ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ মূল্য। যোৱা ৪০ দিনত ১০ বাৰ এনেকুৱা হৈছিল, যেতিয়া সোণে নিজৰ পুৰণি সৰ্বকালৰ উচ্চ অভিলেখ ভংগ কৰিছিল। আজিৰ কথা ক’বলৈ গ’লে সোমবাৰে ফ্যুচাৰ ট্ৰেডিঙত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য অভিলেখ সৃষ্টি কৰিলে ৮৫,৬৮০ টকা। মাল্টি…

দিল্লীৰ বিজেপিৰ মুখ্যমন্ত্রীৰ আসনত মহিলা!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভাৰ নির্বাচনত বিজেপিয়ে অভূতপূর্ব বিজয় সাব্যস্ত কৰাৰ পিছত নতুন মুখ্যমন্ত্রী কোন হ’ব তাক লৈ চলি আছে চর্চা৷ গেৰুৱা শিবিৰৰ হাতত কেজৰিৱালৰ আম আদমী পার্টী পৰাভূত হ’বলগীয়া হৈছে দিল্লীত৷ আম আদমী…

বান্দৰৰ তাণ্ডৱৰ বাবে অন্ধকাৰ, দেশজুৰি নিষ্প্রদীপ ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ এটা বান্দৰৰ বাবে এখন দেশ অন্ধকাৰত থাকিবলগীয়া হ’ল৷ দ্বীপৰাষ্ট্র শ্রীলংকাৰ ৰাজধানী কলম্বোৰ দক্ষিণ প্রান্তৰ এটা বিদ্যুৎ কেন্দ্রত বান্দৰ প্রৱেশ কৰাৰ বাবেই দেশজুৰি বিদ্যুৎ সংযোগ কর্তন কৰিবলগীয়া হ’ল৷…

অভিষেকতে ১৫০ : বিশ্ব ৰেকর্ড মেথিউ ব্রিটজকেৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ এদিনীয়া আন্তর্জাতিক ক্রিকেটত অভিষেকতে নজিৰ গঢ়িলে দক্ষিণ আফ্রিকাৰ মেথিউ ব্রিটজকে৷ পাকিস্তানত চলি থকা ত্রিদেশীয় শৃংখলাৰ নিউজিলেণ্ডৰ বিপক্ষে খেলা মেচখনত ১৫০ ৰানৰ দুর্দান্ত ইনিংছ খেলে ২৬ বছৰীয়া…

আজি চেম্পিয়নছ ট্রফীত বুমৰাহৰ অংশগ্রহণ সন্দৰ্ভত চূড়ান্ত ৰায়দান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত টীম ইণ্ডিয়াৰ তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহৰ অংশগ্রহণক লৈ অনিশ্চয়তা আহি পৰিছে৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত বুমৰাহৰ অংশগ্রহণ সন্দর্ভত…

৩০০ কিলোমিটাৰজোৰা যান-জঁট : ৪৮ ঘণ্টালৈকে আবদ্ধ মহাকুম্ভগামী দর্শনার্থী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পিছত এইবাৰ প্রয়াগৰাজৰ মহাকুম্ভত পৱিত্র স্নান কৰিলে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ নিশ্ছিদ্র নিৰাপত্তাৰ মাজত প্রয়াগৰাজৰ ত্রিবেণী সংগমত উপস্থিত হয় ৰাষ্ট্রপতিগৰাকী৷ ৰাষ্ট্রপতি…

মাৰ্ঘেৰিটাত “চোতালে চোতালে কংগ্ৰেছ” কাৰ্যসূচীৰ শুভাৰম্ভ 

নিময়ীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য সৰ্ববৃহত বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ। একপ্ৰকাৰে গণ বিচ্ছিন্ন হৈ পৰা কংগ্ৰেছ দলটোক পুনৰ উদ্ধাৰৰ চেষ্টা অসম কংগ্ৰেছৰ। ৰাইজৰ মাজত শক্তিশালী ৰূপত…