নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নৃত্যলক্ষ্মী একাডেমীৰ প্ৰতিষ্ঠা দিৱসত হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন পালন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ উদ্দেশ্য আগত ৰাখি জন্ম লাভ কৰা নৃত্যলক্ষ্মী একাডেমীয়ে আজি প্ৰতিষ্ঠা দিৱসৰ মাহযোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন পালন কৰে। মুখ্যমন্ত্ৰী ড°…

বসুন্ধৰা ৩.০ক লৈ কেবিনেটৰ সিদ্ধান্ত

🔹 আবেদনৰ অন্তিম দিন ১৫ ফেব্রুৱাৰীলৈ বৃদ্ধি 🔹 ‘আপোন ঘৰ’ আঁচনিৰ ঋণ চৰকাৰী কর্মচাৰীলৈ ১৫ লাখৰ পৰিৱর্তে ৩০ লাখ বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : মিছন বসুন্ধৰা ৩.০, মুখ্যমন্ত্রীৰ উদ্যমিতা আঁচনি, আপোন ঘৰ আঁচনিক লৈ কালি ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে…

ক’ল ইণ্ডিয়াত ৪৩৪টা পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ ফেব্রুৱাৰী ক'ল ইণ্ডিয়াত চাৰি শতাধিক ট্রেইনী পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ৰাষ্ট্রীয় ৰাজনীতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

🔹 পল্লৱলোচন দাস সাম্প্রতিক সময়ত সর্বভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্রত অসম বুলিলে এখন ইতিবাচক ছবি দেখিবলৈ পোৱা যায়৷ বর্তমান অসম বুলিলে ছেমিকণ্ডাক্টৰ, এশিঙীয়া গঁড়, কাজিৰঙা, চাহ আদিক লৈ ধনাত্মক কথাবোৰ আলোচনা হয়৷ কিন্তু আজিৰ পৰা এটা দশক পূর্বে…

‘আলাপ’ত উজলিল বজালীৰ ভিন্ন ক্ষেত্রৰ আঢ়ৈ কুৰি বিশিষ্ট নাগৰিক

🔹 সাহিত্য সভাত ‘নিয়মীয়া বার্তা’–‘নিউজ লাইভ’ৰ অনুষ্ঠান 🔹 উদ্বোধন সম্পাদক নৰেশ কলিতাৰ বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : চিৰ চেনেহী ভাষা জাননীৰ সেৱাত উদুলি–মুদুলি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশন৷ পাঠশালাৰ ভট্টদেৱ ক্ষেত্রত কালিৰে…

ভট্টদেৱ ক্ষেত্রত হাজাৰ হাজাৰ সাহিত্যানুৰাগী

🔹 পাঠশালাত ভাষা জননীৰ সেৱা 🔹 উদুলি–মুদুলি পৰিৱেশত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি–বার্ষিক অধিৱেশন ভট্টদেৱ ক্ষেত্রৰ পৰা কল্যাণ কলিতা, ১ ফেব্ৰুৱাৰী : অভূতপূর্ব জনসমাগমেৰে জিলিকি উঠিল পাঠশালাৰ ভট্টদেৱ ক্ষেত্র৷ এক উদুলি–মুদুলি পৰিৱেশত…

বজালী–পাঠশালাৰ ঐতিহ্য

শতবর্ষ পুৰণি অসম সাহিত্য সভাই অসমীয়া ভাষা–সাহিত্যৰ প্রতিষ্ঠা, প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত যি ভূমিকা গ্রহণ কৰি আহিছে তাক অস্বীকাৰ কৰা সম্ভৱ নহয়৷ এসময়ত অসমৰ স্কুল–কলেজ আৰু অফিচ–আদালতৰ পৰা অসমীয়া ভাষা বিতাড়িত হৈছিল৷ এই ভাষা পুনৰ প্রতিষ্ঠা কৰাৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ ফেব্রুৱাৰী, মাঘ মাহৰ ১৮ তাৰিখ শনিবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : খং নকৰিব৷ কর্মস্থানত কিছু জটিলতা, আত্মবিশ্বাস বৃদ্ধি৷ শাৰীৰিক–মানসিক কষ্ট বৃদ্ধি৷ বজৰংগবলীক পূজা কৰক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৩৷ বৃষ…

গোৰেশ্বৰৰ দেওচুঙাত পুনৰ বন্যহস্তীৰ আক্ৰমণত মহিলাৰ প্ৰাণহানি

🔹 ক্ষতিপূৰণৰ দাবী আক্ৰাছুৰ  নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ৩১ জানুৱাৰী : ভাৰত-ভূটান সীমান্তৱৰ্তী দেওচুঙা, উপৰখুঁটি, দাওৰাইজা, নাওবান্ধা, বাঙালীপাৰা, নাগ্ৰীজুলী, ভোলাজাৰ, ওমৰীশনগৰ আদি ঠাইত বন্যহস্তী আৰু মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে পুনৰ…

কামপুৰত কপিলী নৈত জাঁপ যুৱকৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী : নগাঁও জিলাৰ কামপুৰত আজি পুৱা এজন যুৱকে কপিলী নৈত জাঁপ দিয়াৰ পাছৰে পৰা সন্ধানহীন হয় । প্ৰাপ্ত খবৰ অনুসৰি, কামপুৰ ভলভলীয়া গাঁৱৰ সুমিত মণ্ডল (৩০) নামৰ যুৱকজনে আজি পুৱা নৈখনত জাঁপ দিয়ে । স্থানীয় লোকৰ খবৰৰ ভিত্তিত…