নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

১২০টা স্থানৰ বাবে উড়ান আঁচনি, বিহাৰত ৩টা গ্ৰীনফিল্ড বিমানবন্দৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ বিৰোধী সাংসদৰ প্ৰতিবাদৰ মাজতে লোকসভাত বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাষণত কয় যে চৰকাৰে সকলোৰে উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ১২০টা…

বাজেটত জ্যেষ্ঠ নাগৰিকৰ সুতৰ টিডিএছ সীমা বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জ্যেষ্ঠ নাগৰিকক ডাঙৰ উপহাৰ দিছে বাজেটত। ২০২৫-২৬ চনৰ বাজেটত জ্যেষ্ঠ নাগৰিকৰ সুতৰ টিডিএছ সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। জ্যেষ্ঠ নাগৰিকৰ বাবে টিডিএছৰ সীমা…

চেম্পিয়নছ ট্রফীৰ উদ্বোধনী অনুষ্ঠান–অধিনায়কৰ ফটোশ্বুট বাতিল

🔹 বৃহৎ আঘাতৰ সন্মুখীন পাকিস্তান ক্রিকেট ব’ৰ্ড ! নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত আৰু মাত্র প্রায় তিনিটা সপ্তাহ৷ ক্রিকেটপ্রেমীৰ মাজত স্বাভাৱিকতেই দেখা পোৱা গৈছে উৎকণ্ঠা৷ পিছে তাৰ মাজতে প্রতিযোগিতাৰ আয়োজক পাকিস্তান…

ডিমাকুছিত বিশ্বাভিলেখৰ বাবে ঝুমুইৰ নৃত্যৰ প্ৰশিক্ষণৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে এতিয়া চাহ বাগিচাসমূহত চলিছে ঝুমুইৰ নৃত্যৰ প্ৰশিক্ষণ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰু সজাইত বিশ্বদৰৱাৰত অভিলেখ সৃষ্টি কৰিবলৈ আয়োজন কৰা ঝুমুইৰ নৃত্যৰ…

নৃত্যলক্ষ্মী একাডেমীৰ প্ৰতিষ্ঠা দিৱসত হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন পালন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ উদ্দেশ্য আগত ৰাখি জন্ম লাভ কৰা নৃত্যলক্ষ্মী একাডেমীয়ে আজি প্ৰতিষ্ঠা দিৱসৰ মাহযোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন পালন কৰে। মুখ্যমন্ত্ৰী ড°…

বসুন্ধৰা ৩.০ক লৈ কেবিনেটৰ সিদ্ধান্ত

🔹 আবেদনৰ অন্তিম দিন ১৫ ফেব্রুৱাৰীলৈ বৃদ্ধি 🔹 ‘আপোন ঘৰ’ আঁচনিৰ ঋণ চৰকাৰী কর্মচাৰীলৈ ১৫ লাখৰ পৰিৱর্তে ৩০ লাখ বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : মিছন বসুন্ধৰা ৩.০, মুখ্যমন্ত্রীৰ উদ্যমিতা আঁচনি, আপোন ঘৰ আঁচনিক লৈ কালি ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে…

ক’ল ইণ্ডিয়াত ৪৩৪টা পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ ফেব্রুৱাৰী ক'ল ইণ্ডিয়াত চাৰি শতাধিক ট্রেইনী পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ৰাষ্ট্রীয় ৰাজনীতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

🔹 পল্লৱলোচন দাস সাম্প্রতিক সময়ত সর্বভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্রত অসম বুলিলে এখন ইতিবাচক ছবি দেখিবলৈ পোৱা যায়৷ বর্তমান অসম বুলিলে ছেমিকণ্ডাক্টৰ, এশিঙীয়া গঁড়, কাজিৰঙা, চাহ আদিক লৈ ধনাত্মক কথাবোৰ আলোচনা হয়৷ কিন্তু আজিৰ পৰা এটা দশক পূর্বে…

‘আলাপ’ত উজলিল বজালীৰ ভিন্ন ক্ষেত্রৰ আঢ়ৈ কুৰি বিশিষ্ট নাগৰিক

🔹 সাহিত্য সভাত ‘নিয়মীয়া বার্তা’–‘নিউজ লাইভ’ৰ অনুষ্ঠান 🔹 উদ্বোধন সম্পাদক নৰেশ কলিতাৰ বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : চিৰ চেনেহী ভাষা জাননীৰ সেৱাত উদুলি–মুদুলি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশন৷ পাঠশালাৰ ভট্টদেৱ ক্ষেত্রত কালিৰে…

ভট্টদেৱ ক্ষেত্রত হাজাৰ হাজাৰ সাহিত্যানুৰাগী

🔹 পাঠশালাত ভাষা জননীৰ সেৱা 🔹 উদুলি–মুদুলি পৰিৱেশত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি–বার্ষিক অধিৱেশন ভট্টদেৱ ক্ষেত্রৰ পৰা কল্যাণ কলিতা, ১ ফেব্ৰুৱাৰী : অভূতপূর্ব জনসমাগমেৰে জিলিকি উঠিল পাঠশালাৰ ভট্টদেৱ ক্ষেত্র৷ এক উদুলি–মুদুলি পৰিৱেশত…