নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বজালী–পাঠশালাৰ ঐতিহ্য

শতবর্ষ পুৰণি অসম সাহিত্য সভাই অসমীয়া ভাষা–সাহিত্যৰ প্রতিষ্ঠা, প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত যি ভূমিকা গ্রহণ কৰি আহিছে তাক অস্বীকাৰ কৰা সম্ভৱ নহয়৷ এসময়ত অসমৰ স্কুল–কলেজ আৰু অফিচ–আদালতৰ পৰা অসমীয়া ভাষা বিতাড়িত হৈছিল৷ এই ভাষা পুনৰ প্রতিষ্ঠা কৰাৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ ফেব্রুৱাৰী, মাঘ মাহৰ ১৮ তাৰিখ শনিবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : খং নকৰিব৷ কর্মস্থানত কিছু জটিলতা, আত্মবিশ্বাস বৃদ্ধি৷ শাৰীৰিক–মানসিক কষ্ট বৃদ্ধি৷ বজৰংগবলীক পূজা কৰক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৩৷ বৃষ…

গোৰেশ্বৰৰ দেওচুঙাত পুনৰ বন্যহস্তীৰ আক্ৰমণত মহিলাৰ প্ৰাণহানি

🔹 ক্ষতিপূৰণৰ দাবী আক্ৰাছুৰ  নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ৩১ জানুৱাৰী : ভাৰত-ভূটান সীমান্তৱৰ্তী দেওচুঙা, উপৰখুঁটি, দাওৰাইজা, নাওবান্ধা, বাঙালীপাৰা, নাগ্ৰীজুলী, ভোলাজাৰ, ওমৰীশনগৰ আদি ঠাইত বন্যহস্তী আৰু মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে পুনৰ…

কামপুৰত কপিলী নৈত জাঁপ যুৱকৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী : নগাঁও জিলাৰ কামপুৰত আজি পুৱা এজন যুৱকে কপিলী নৈত জাঁপ দিয়াৰ পাছৰে পৰা সন্ধানহীন হয় । প্ৰাপ্ত খবৰ অনুসৰি, কামপুৰ ভলভলীয়া গাঁৱৰ সুমিত মণ্ডল (৩০) নামৰ যুৱকজনে আজি পুৱা নৈখনত জাঁপ দিয়ে । স্থানীয় লোকৰ খবৰৰ ভিত্তিত…

বিহালীত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী :  বিহালীৰ চেৰেলীয়াত আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । বিহালী সমষ্টিৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা চেৰেলীয়া পৰিদৰ্শন বাংলাৰ সন্মুখত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰে…

নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বর্ষৰ মোহন ভাইৰা বঁটা

বিশেষ বার্তা, ৩১ জানুৱাৰী : ২০২৫ চনৰ মোহন ভাইৰা স্মাৰক বঁটা নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আল্লিয়াৰ নাৰায়ণ গাঁৱৰ বিশিষ্ট লোক-সংস্কৃতিৰ সাধক, নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ আগবঢ়োৱা হৈছে৷ নলবাৰীৰ শ্বহীদ ভৱনত এখন সংবাদ মেলযোগে ঘোষণা কৰে এই বঁটা৷…

ডিব্রুগড়ৰ ৰাধাকৃষ্ণন স্কুলত শিক্ষকৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৪ ফেব্রুৱাৰী ডিব্রুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুল অৱ আর্টছ, কমার্চ এণ্ড ছায়েঞ্চত শিক্ষক আৰু অন্য পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে৷

জীৱন বীমাৰ এক কোটি টকাৰ লোভত ভগ্নীক হত্যা

🔹 আৰক্ষীৰ জালত ককায়েক নিউজ ডেস্ক, ৩১ জানুৱাৰী : ভগ্ণীৰ মৃত্যু হ’লে পাব ১ কোটি টকাৰ জীৱন বীমা৷ এই ধনৰ লোভত নিজৰ ভগ্ণীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিল ককায়েকৰ বিৰুদ্ধে৷ চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে অন্ধ্রপ্রদেশৰ প্রকাশম জিলাৰ প’ডিলি…

নিৰাশ দৰ্শক, ব্যৰ্থ বিৰাট কোহলি, লগেই লগেই ফিল্ড ত্যাগ অনুৰাগীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ ৰঞ্জি ট্ৰফীতো অব্যাহত আছে বিৰাট কোহলিৰ দুৰ্বল ফৰ্ম। ৰে’লৱেৰ বিৰুদ্ধে খেলখনৰ প্ৰথম ইনিংছত মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয় কোহলি। তেওঁ হিমাংশু সাংৱানেৰ বলত ক্লীন বল হৈছে। বিগত ১২ বছৰৰ পিছত বিৰাটে প্ৰথম ৰঞ্জি…

হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চৰকাৰী চিকিৎসকে

🔹 একচন মুডত স্বাস্থ্যমন্ত্রী সিংহল বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : ৰোগীক আহুকালত পেলাই চৰকাৰী চিকিৎসালয়ৰ একাংশ চিকিৎসকে উচ্চ দৰৰ ঔষধ ক্রয় কৰিবলৈ বাধ্য কৰোৱা ঘটনাৰ ক্ষেত্রত কঠোৰ হৈছে স্বাস্থ্য বিভাগ৷ এতিয়াৰে পৰা চৰকাৰী চিকিৎসালয়ত মজুত থকা…