‘কা’ৰ বিৰুদ্ধে এক ডজনৰ অধিক গোচৰঃ ১৮ ডিচেম্বৰত ছুপ্রিম ক’টত প্রথম শুনানিৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে আইনী যুঁজত নামি পৰিছে একাংশ দল–সংগঠন, ব্যক্তি বিশেষে ৷ ‘কা’ক সংবিধানবিৰোধী, বিভেদকামী আৰু বৈষম্যমূলক আখ্যা দি বর্তমানপর্যন্ত সদৌ অসম ছাত্র সন্থা (আছু)ৰ লগতে অন্য বহুতে উচ্চতম…