নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

FREE কৈ ৬ জিবি ইন্টাৰনেট ডাটা দিছে Airtel য়ে, জানেনে কেনেকৈ পাব আপুনি?

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ এয়াৰটেল প্রিপেইড গ্রাহকসকলৰ বাবে সুবর্ণ অফাৰ আনিছে টেলিকম কোম্পানীটোৱে। ক্রিকেটৰ ভাল দিন পুনৰ ঘূৰি অহাৰ সময়তে এয়াৰটেলে তেওঁলোকৰ প্রিপেইড গ্রাহকসকলৰ সুবিধাৰ্থে ফ্রি ডাটা প্ৰদান কৰিছে। আহক জানো কেনেকৈ ৬ জিবি ফ্রি ডাটা পাব আপুনি…

লগতে পঢ়কঃ জানুৱাৰীত সন্তান প্রসৱৰ পাছতে শ্বুটিঙলৈ উভতিব অনুষ্কা শর্মা

বিনামূল্যে ৬ জিবি ইন্টাৰনেট ডাটা

৬ জিবি ফ্রি ডাটা পাবলৈ গ্রাহকসকলে ৫৯৮ টকাৰ ৰিচার্জ কৰিব লাগিব। এই প্লেনৰ বৈধতা ৮৪ দিন। এই ৰিচার্জত পাব ১ জিবিৰ ৬ টি ৰিচার্জ কুপন। প্রয়োজন মতে আপুনি তাক ব্যৱহাৰ কৰি ৰিচার্জ কৰিব পাৰিব।

বিনামূল্যে ২ জিবি ইন্টাৰনেট ডাটা

এয়াৰটেল ২১৯ টকাৰ ৰিচার্জ প্লেনত গ্রাহকক ২ জিবি অতিৰিক্ত ফ্রি ডাটা দিব। ৰিচার্জ কৰিলে এয়াৰটেল ২ জিবিৰ দুটি কুপন পাব। তাৰ বৈধতা ২৮ দিন।

বিনামূল্যে ৪ জিবি ইন্টাৰনেট ডাটা

৩৯৯ টকাৰ ৰিচার্জত আপুনি এয়াৰটেলৰ ফালৰ পৰা ৪ জিবি অতিৰিক্ত ডাটা পাব। এই প্লেনৰ বৈধতা ৫৬ দিন।

You might also like