নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Reliance Jiophone Plans: মাত্র ১৫৫ টকাতে দিনে পাব ১ জিবি ডাটা

Reliance Jio-JioPhone-ৰ বাবে আহিছে নতুন প্লেন। নতুন অফাৰত পূৰ্বতকৈ কম টকাতে দৈনিক ডাটা লাভ কৰিব JioPhone ব্যবহাৰকাৰীসকলে। লগত থাকিব আনলিমিটেড কলৰো সুবিধা।

Reliance Jio 125 Prepaid Plan :

Reliance JioPhone-ৰ বাবে এই প্রিপেড প্লেন ১২৫ টকাত ৰিচার্জ পাব ২৮ দিনৰ ভেলিডিটি। প্রতিদিন পাব ০.৫ জিবি ডাটা। অর্থাৎ মুঠ ১৪ জিবি ডাটা পাব। JioPhone-ৰ সাধাৰণ ব্রাউজিং, সৰুসুৰা কামৰ বাবে এই প্লেনটো ভাল বুলি বিবেচিত হৈছে।

লগতে আপুনি সীমাহীন ভইচ কলও পাব আৰু পাব মুঠ ৩০০টা SMS ।

 লগতে জিঅ’ৰ বিভিন্ন এপ- Jio Cinema, Jio Music, Jio TV ব্যৱহাৰ কৰিব পাৰিব।

Reliance Jio 155 Prepaid Plan :

Reliance JioPhone-ৰ এই প্রিপেড প্লেন ১৫৫ টকাৰ ৰিচার্জত পাব ২৮ দিনৰ ভেলিডিটি। আপুনি প্ৰতিদিনে 1 GB ডাটা পাব। অৰ্থাৎ, আপুনি মুঠ 28 GB ডাটা পাব। JioPhone-ৰ সাধাৰণ ব্রাউজিংৰ সমান্তৰালকৈ চিনেমা চাব বিচাৰিলে এই প্লেনটো বেছি ভাল।

পাব সীমাহীন ভইচ কল। লগতে আপুনি দৈনিক 100 টা এছএমএছো পাব।

তাৰ সৈতে জিঅ’ৰ বিভিন্ন এপ- JioTV, Jio Cinema, Jio News, Jio Security আৰু Jio Cloud ৰ চাবস্ক্রিপছ’নো পোৱা যাব ৰিচার্জৰ সৈতে।

You might also like