নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰক্ষিত বাহনৰ তালিকাত শীর্ষত কোন? গাড়ী ক্ৰয়ৰ পূৰ্বে জানক সৱিশেষ…

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ নতুন বছৰত নতুনকৈ গাড়ী কিনাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে জানো আহক ভাৰতৰ পথত সুৰক্ষাৰ তালিকাত কোনকেইখন গাড়ী আটাইতকৈ সুৰক্ষিত?

ভাৰতৰ পথত সকলোতকৈ সুৰক্ষিত গাড়ীৰ তালিকাত শীর্ষত আছে Mahindraৰ SUV!

বুধবাৰে গ্লোবেল এনছিএপি-ৰ ক্র্যাছ পৰীক্ষাৰ (Global NCAP safety crash test) ফলাফলত Mahindra Thar SUV ফোৰ ষ্টাৰ ৰেটিং লাভ কৰিছে।

এনছিএপি-ৰ ক্র্যাছ পৰীক্ষাৰ ফলাফল অনুযায়ী, Mahindra Thar আৰু XUV300 SUV— এই দুখন গাড়ী ভাৰতৰ ৰাস্তাত সকলোতকৈ সুৰক্ষিত।

You might also like