নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছবিজগতৰ তাৰকাৰ চৰ্চিত “লুক”

ভাৰতীয় ছবিজগতত বহু তাৰকা ছবিৰ লুকৰ বাবে চৰ্চিত। এক বহুল সমাদৃত লুকেৰে অনুৰাগীক মুগ্ধ কৰাৰ বিপৰীতে সেই বিশেষ লুকক অনুৰাগীয়ে অনুসৰণ কৰা দেখা যায়।

  • সদ্য মুক্তিপ্ৰাপ্ত আল্লু অৰ্জুন অভিনীত পুষ্পাই বক্স অফিচত খলকনি তুলিছে। বিপৰীতে আল্লুৰ ছবিখনৰ লুকটোও সমানে চৰ্চিত হৈছে।

  • এসময়ত ছলমান খান অভিনীত তেৰেনাম ষ্টাইলেও সকলোকে আকৰ্ষিত কৰিছিল। সেই সময়ত চুলিৰ কাট মানেই তেৰেনাম।

 

  • শ্বাহিদ কাপুৰে নতুন লুক লৈ কবিৰ সিঙত কৰা অভিনয়ৰ উপৰি তেওঁৰ সেই লুক আজিও যুৱ চামৰ মাজত সমাদৃত।

এইসকল তাৰকাক ছবিখনৰ বাবে সকলোৱে মনত ৰাখিছে তাত কোনো সন্দেহ নাই। কিন্তু ছবিকেইখনত তেওঁলোকৰ লুককেইটা সদায় সমাদৃত হৈ আছে আৰু থাকিব।

You might also like