নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পছন্দৰ গাড়ীৰে বিলাসী জীৱন তাৰকা মহেশ বাবুৰ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ অভিনয়ৰ কথা নকৈ কোৱাৰ প্ৰয়েজন নাই। তেওঁ ব্যক্তিত্বৰ কথাও সকলোৰে জ্ঞাত। পিছে কব বিচাৰিছো তেওঁৰ গাড়ীৰ চখৰ কথা। তেওঁৰ গাড়ীৰ কালেকচন চকুত লগা। গাড়ীৰ জগতৰ সকলোধৰণৰ দামী গাড়ীয়ে তেওঁৰ লগত বিদ্যমান। প্ৰথমতে কব পাৰি মাৰ্চিডিজ-বেঞ্জ জিএলএছ 450 ৰ কথা। যাৰ দাম প্ৰায় 1.11 কোটি টকা৷ তাৰ পিছতে BMW 730 LD। যাৰ মূল্য 1.31 কোটি টকা। টয়োটা লেণ্ড ক্ৰুইজাৰ V8 এখনো আছে মহেশ বাবুৰ। যাৰ মূল্য 1.5 কোটি টকা। লগতে লেণ্ড ৰভাৰ ভগ গাড়ী এখনো ক্ৰয় কৰে তেওঁ। যাৰ দাম 2.41 কোটি টকা। অডি A8L এখনো সম্প্রতি মহেশ বাবুৱে কিনেছে। যাৰ দাম 1.81 কোটি টকা। অন্যতন দামী গাড়ী লেম্বৰগিনি গ্যালার্দো এখনো দক্ষিণ ছুপাৰষ্টাৰ মহেশ বাবুৰ আছে। মূল্য প্রায় 2.80 কোটি টকা। লগতে এখন ভেনিটি ভেন আছে, যত সমস্ত বিলাসবহুল সুবিধা থাকে। গাড়ীখনৰ দাম ৬ কোটি টকা। সকলো মিলি প্ৰায় ১৮ কোটি টকাৰ গাড়ী আছে মহেশ বাবুৰ লগত।

You might also like