নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যত ৪ টাকৈ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই উজনি অসমৰ ৪ টাকৈ স্থানত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা-

  • ডিব্ৰুগড়, সোণাৰি আৰু দুলীয়াজানত বিস্ফোৰণ
  • ডিব্ৰুগড়ত দুটাকৈ স্থানত সংঘটিত হৈছে বিস্ফোৰণ
  • ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ আস্থা হাস্পতাল সমীপত বিস্ফোৰণ
  • লগতে গুৰুদ্বাৰৰ সমীপতো বিস্ফোৰণ
  • ইপিনে দুলীয়াজান থানা সমীপত হৈছে আন এটা বিস্ফোৰণ
  • আনফালে সোণাৰিৰ টীয়কত হৈছে বিস্ফোৰণ
  • এখন দোকানলৈ লক্ষ্য কৰি কোনো দুৰ্বিত্তই গ্ৰেণেদ দলিয়াই থৈ যোৱাৰ সন্দেহ
  • এই ঘটনাৰ সৈতে আলফা জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
  • অৱশ্যে কোনো লোক এই পৰ্যন্ত হতাহতি হোৱা নাই
  • উল্লেখ্য যে পুৱাই সংঘটিত হোৱা এই বিস্ফোৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
  • এই বিস্ফোৰণৰ ঘটনাক কাপুৰুষালি আখ্যা দিছে মুখ্যমন্ত্ৰী সোণোৱালে
  • শীঘ্ৰে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে
You might also like