নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ ফুটবলত প্ৰথমটো অঘটন : ছৌদি আৰবৰ হাতত পৰাস্ত আৰ্জেণ্টিনা

বিশেষ বাৰ্তা, ২২ নৱেম্বৰঃ

🔴বিশ্বকাপ ফুটবলত প্ৰথমটো অঘটন।
🔴আৰম্ভণি সুখকৰ নহল আৰ্জেণ্টিনাৰ।
🔴ছৌদি আৰবৰ হাতত পৰাস্ত আৰ্জেণ্টিনা।
🔴২-১ গলৰ ব্যৱধানত পৰাস্ত হয় মেছিৰ আৰ্জেণ্টিনা।
🔴মেছিয়ে ১০ মিনিটত আৰ্জেণ্টিনাৰ হৈ গল কৰাৰ বিপৰীতে ছৌদি আৰবৰ ছালেহ আলছেহৰি আৰু ছালেম আলডাছাৰীয়ে গল দুটা কৰে।

You might also like