ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২লৈ বৃদ্ধিঃ চলিত বৰ্ষৰ পৰাই ১০০ আসনেৰে হ’ব পাঠদান
- নলবাৰী চিকিৎসা মহাবিদ্যালয়কো অনুমোদন দিলে এনএমচিয়ে
- চলিত বৰ্ষৰ পৰাই ১০০ এমবিবিএছ আসনেৰে হ’ব পাঠদান
- চলিত বৰ্ষতে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়লৈ এনএমচিৰ অনুমতিত সন্তোষ প্ৰকাশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
We’ve reached another milestone!
Delighted to share that Nalbari Medical College has been recognised by National Medical Commission with an approval to admit 100 MBBS students.
It’s a historic accomplishment for Assam with 4 new medical colleges being set up in just one year! pic.twitter.com/HZhJBMSCRi
— Himanta Biswa Sarma (@himantabiswa) March 15, 2023