৫ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে নগাঁৱৰ পঞ্চায়তৰ সচিব মুকুট চন্দ্ৰ কুমাৰে
👉মৈৰাবাৰী আঞ্চলিক পঞ্চায়তৰ অধীনস্থ লহকৰঘাট গাঁও পঞ্চায়তৰ সচিব দুৰ্নীতি নিবাৰক শাখাৰ জালত।
👉অভিযানত ধৃত লহকৰঘাট গাওঁ পঞ্চায়তৰ সচিব মুকুট চন্দ্ৰ কুমাৰ।
👉বৰ্তমান জেৰা অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ
👉জিয়াবুৰ ৰহমান আৰু শ্বাহেদ আলীৰ পৰা মুঠ ৩০ হাজাৰ টকা উৎকোচ দাবী কৰিছিল।
👉আচনিৰ ধন মোকলাই দিয়াৰ নামত দাবীকৃত ৩০ হাজাৰ টকাৰ ২৫ হাজাৰ ইতিমধ্যে সংগ্ৰহ কৰিছিল দুৰ্নীতিপৰায়ন সচিবজনে।
👉আজি বাকী থকা ৫ হাজাৰ টকা লব খোজোতেই হাতেলোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই
👉চৰকাৰী আচনিৰ ধন মোকলাই দিয়াৰ নামত বিচাৰিছিল উৎকোচ।।।