মৈৰাবাৰীৰ খঁকুৱা পঞ্চায়ত সচিব মুকুট কুমাৰ ভিজিলেঞ্চৰ জালত
বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ
👉 মৈৰাবাৰী উন্নয়ন খণ্ডৰ লহকৰঘাট গাঁও পঞ্চায়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
👉 অভিযানত ধৃত লহকৰঘাট গাঁও পঞ্চায়তৰ সচিব মুকুট চন্দ্ৰ কুমাৰ।
👉 বৰ্তমান অভিযান অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ।
👉 পঞ্চায়ত নিৰ্মান কমিটীৰ শ্বেয়াৰমেন চাহেদ আলীৰ পৰা বিচাৰিছিল ৩০,০০০ টকা।
👉 বুধবাৰে পঞ্চায়ত সভাপতি স্বামী আৰু নিৰ্মান কমিটিৰ শ্বেয়াৰমেনৰ পৰা ললে ২৫,০০০ টকা আৰু আজি ৫,০০০ টকা লওঁতে ধৰা পৰে।
👉 পঞ্চায়ত সচিব মুকুটৰ ঘৰ ৰঙিয়াত।
প্ৰেৰক কনক হাজৰিকা