নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ অহা ৩০ জানুৱাৰীত নলবাৰী জিলাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ প্ৰস্তুতিক লৈ আজি নলবাৰীৰ জিলা প্রশাসনৰ বিষয়াবৰ্গৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ উপস্থিতিত হোৱা এই সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
প্ৰেৰক শ্বাহ আলম আহমেদ