নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত ঘোচ লওঁতেই ধৰা পৰিল চৰকাৰী বিষয়া

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ তেজপুৰত ঘোচ লওঁতেই ধৰা পৰিল এজন চৰকাৰী বিষয়া। PWD বৈদ্যুতিক সংমণ্ডল কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা নাৰায়ণ চন্দ্ৰ দে’ক গ্ৰেপ্তাৰ। কমিছনৰ বাবদ ৰমেন পাটোৱাৰী নামৰ এজন ঠিকাদাৰৰ পৰা লৈছিল ধন। ঠিকাদাৰজনৰ পৰা ৪০ হাজাৰ টকা লওঁতেই হাতে-লোটে ধৰা পেলায় দুৰ্নীতি নিবাৰক শাখাই। অভিযন্তাজনে সকলো ঠিকাদাৰৰ পৰা কমিছন লৈ আহিছিল বুলি মন্তব্য কৰে ঠিকাদাৰ ৰমেন পাটোৱাৰীয়ে।

নাৰায়ণ চন্দ্ৰ দে’

 

You might also like