পুনৰ পিছুৱালে নিৰ্ভয়া হত্যাকাণ্ডৰ দোষীৰ ফাঁচিৰ দিন
নিয়মীয়া বাৰ্তা ২ মাৰ্চঃপুনৰ ফাঁচিৰ দিন পিছুৱালে নিৰ্ভয়া কাণ্ডৰ চাৰিওটা দোষীৰ। অহা মঙলবাৰে চাৰিওটা দোষীৰ ফাঁচি দিয়াৰ কথা আছিল।
নিৰ্ভয়া হত্যাকাণ্ডৰ ন্যায়িক প্ৰক্ৰিয়াৰ অন্ত। অন্তিম খন ক্ষমা আবেদন নাকচ ৰাষ্ট্ৰপতিৰ। শীঘ্ৰেই ঘোষিত হব চাৰি দোষীৰ ফাঁচিৰ নতুন দিন।