নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ আগষ্টৰ পৰা অসম বিধানসভাৰ অধিৱেশন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অহা ২২ আগষ্ট বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব৷ ভাৰতৰ সংবিধানৰ ১৭৪ (১) অনুচ্ছেদৰ অধীনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই এই সম্পর্কত ইতিমধ্যে আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে৷ সেই অনুসৰি ২২ আগষ্টৰ পুৱা ৯.৩০ বজাৰ পৰা সদনৰ কার্যসূচী আৰম্ভ হ’ব৷ এইবাৰ অধিৱেশনৰ সময়ছোৱাত কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক বিধানসভাত উত্থাপনৰ সম্ভাৱনা আছে৷

You might also like