নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়া ভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ কলিয়া ভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বালিচৰত পৰিল এখন ট্ৰাক। দলঙখনৰ ১০নং খুঁটাৰ ওপৰৰ ৰেলিং ভাঙে ট্ৰাকখনে। আজি পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। নগাঁও অভিমুখী ট্ৰাকখনত আছিল বিস্কুট আৰু চিপছ। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ HR55-U-2715। দুৰ্ঘটনাটোত আহত হয় এজন লোক। আহত লোকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ।

You might also like