নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত অঘটন

  • কলিয়াবৰত বান্দৰৰ আক্ৰমণত আহত কেইবাগৰাকীও ছাত্ৰী।
  • কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত অঘটন।
  • বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তেই বান্দৰে আক্ৰমণ কৰে পাঁচগৰাকী ছাত্ৰীক।
  • আহত ক মান শ্ৰেণীৰ ফাৰিহা হুছেইন আৰু দ্বিতীয় শ্ৰেণীৰ ইনায়া বৰভূঞা, আৰুচি চৌহান, ছাদিকা বেগম আৰু মাৰিয়া খাতুন।
  • উল্লেখযোগ্য যে জখলাবন্ধাৰ এই অঞ্চলটোত বিগত ছমাহ ধৰি এটা বান্দৰে বহু লোকক আক্ৰমণ কৰিছে
  • আক্ৰমণত আহত কৰাৰ পিছতো বন বিভাগে বান্দৰটোক কৰায়ত্ত কৰিব নোৱাৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে।

ডিজিটেল ডেস্ক, ২ জুন

You might also like