নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছত ৪,৫৭৬টা পদত নিয়োগৰ প্রস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ৰ জৰিয়তে এইমছ আৰু কেন্দ্রীয় চৰকাৰৰ হাস্পতালত গ্রুপ ‘বি’ আৰু ‘চি’ পদত নিয়োগৰ প্রস্তুতি চলোৱা হৈছে৷

You might also like