২২ মাৰ্চৰ পৰা ভাৰতত অৱতৰণ কৰিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় বিমান
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ কৰোণাক ভাইৰাছক ৰোধ কৰিবৰ বাবে চৰকাৰৰ আন এক পদক্ষেপ। অহা ২২ মাৰ্চৰ পৰা কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় বিমান ভাৰতত অৱতৰণ কৰিব নোৱাৰিব। আনহাতে ৬৫ বছৰীয়া আৰু ১০ বছৰৰ তলৰ বয়সৰ শিশুক ঘৰতে থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।