নিয়মীয়া বাৰ্তা, ২৬ মে ‘ : লাহৰীঘাটৰ বাঘউঠা গাঁৱত বনৰীয়া গাহৰিৰ ভয়ংকৰ আক্ৰমণ।
বনৰীয়া গাহৰিটোৰ নৃশংস আক্ৰমণত আহত ৮জন।
আহতসকল ক্ৰমে প্ৰসেন বড়ো, ভাগৱত বড়ো, লালসিং বড়ো, চেনিৰাম বড়ো, শুক্লেশ্বৰ বড়ো আৰু আইনুদ্দিন।
গুৰুতৰভাৱে আহত ৪জনক সংকটজনক অৱস্হাত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।
বাকী দুজনক ভূৰাগাঁও পৰিপুৰক চিকিৎসালয়লৈ প্ৰেৰণ।
সম্প্ৰতি গাঁওখনত আতংকময় পৰিবেশৰ সৃষ্টি কৰা গাহৰিটোক খেদিবৰ বাবে বন বিভাগৰ লোক উপস্থিত হৈছেহি।
প্ৰেৰক আবুল কালাম