নিয়োগ বাৰ্তা ইছৰ’ -ত ৩২০টা পদত চাকৰি By নিয়মীয়া বাৰ্তা On Jun 5, 2025 Share 🔹 ইছৰ’ -ত ৩২০টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জুন ইণ্ডিয়ান স্পেচ ৰিছার্চ অর্গেনাইজেচন (ইছৰ’)ত খালী হোৱা ৩ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে৷ Featured Share