নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোটকেন্দ্ৰত মহিলা ছুৰীৰে আক্ৰমণ ঘাতকৰ

বাক্সাৰ ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোটকেন্দ্ৰত আক্ৰমণৰ ঘটনা

২৪নং চেমেঠিয়াপাৰা ভোটকেন্দ্ৰত সংঘটিত হৈছে ভোট দিবলৈ অহা মহিলাক আক্ৰমণৰ ঘটনা

ছুৰীৰে ডিঙিত ৰেপি হত্যাৰ চেষ্টা মহিলাগৰাকীক

তেজেৰে লুতুৰি পুতুৰি আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি

মহিলাগৰাকীক আক্ৰমণ কৰিয়ে স্কুটী লৈ পলাতক ঘাতক বিনয় বড়ো নামৰ লোকজন

ঘাতক বিনয় বড়োৰ ঘৰ আঠিয়াবাৰী বাদুলিপাৰাত

ঘটনাস্থলীত উপস্থিত আঠিয়াবাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দল

ভোটকেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া নোহোৱাৰ কাৰণে ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ

নিয়মীয়া বাৰ্তা, বৰমা, ২২ ছেপ্টেম্বৰ

You might also like