নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত ধৰা পৰিল জুবিন গার্গৰ দেহাৱসানৰ পিছত পলাতক শ্যামকানু-সিদ্ধার্থ

অৱশেষত আৰক্ষীৰ জালত শ্যামকানু মহন্ত

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰৰ পিছতে দুয়োকে লৈ অনা হৈছে গুৱাহাটীলৈ।

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ শ্যামকানু মহন্ত

গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ সিদ্ধাৰ্থ শৰ্মাক

গ্ৰেপ্তাৰৰ পিছতে দুয়োকে লৈ অনা হৈছে গুৱাহাটীলৈ

দিল্লীৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ অনা হৈছে দুয়োকে

বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে

নিয়মীয়া বার্তা ডেস্ক, 1 অক্টোবৰ

You might also like