গেলেকীত ফুটিল ONGC-ৰ পাইপ, গেছৰ নিৰ্গমন বন্ধৰ চেষ্টা অব্যাহত
- নাজিৰা গেলেকীৰ আঠখেলত অ’এনজিচিৰ গেছ নিৰ্গমন।
- আঠখেলৰ এৰাবাগান নামৰ ঠাইৰ মুন্না কাহাৰ নামৰ লোকজনৰ বাৰীৰ পিছফালে এটা পাইপলাইনত সংঘটিত হৈছে এই ঘটনা।
- কালি দিনৰ ভাগৰ পৰাই এই গেছ নিৰ্গমন অব্যাহত আছে।
- পৰৱৰ্তী সময়ত অ’এনজিচিক ঘটনাটো অৱগত কৰাত ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়হি নিগমৰ বিষয়া।
- এই নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে অ’এনজিচিৰ এটা দলে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ