নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত বনৰক্ষীৰ গুলীত চোৰাং চিকাৰী নিহত

  • কাজিৰঙাত নিশা বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়।
  • গুলীয়াগুলীত এটা চোৰাং চিকাৰী নিহত হয় বনৰক্ষীৰ গুলীত।
  • বুঢ়াপাহাৰ বনাঞ্চলৰ মাইটে বন শিবিৰ এলেকাত এই ঘটনাটো।
  • ঘটনাস্থলীৰ পৰা চোৰাং চিকাৰীয়ে ব‍্যৱহাৰ কৰা মাৰণাস্ত্ৰ উদ্ধাৰ কৰে।
  • নিশাৰ ভাগত নদীপথেৰে নাও লৈ কাজিৰঙাত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰিছিল বন বিভাগে।
  • বন বিভাগে আগতীয়া খবৰ পোৱাৰ পাছতেই নিশা অভিযান চলাইছিল বন বিভাগে।
  • বৰ্তমানো আন চোৰাং চিকাৰীক বিচাৰি অভিযান অব‍্যাহত ৰাখিছে বনাঞ্চলত।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like