নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (২২ অক্টোবৰ)

আজিৰ দিনটো বহু ৰাশিৰ বাবে নতুন আশা আৰু সুযোগেৰে পৰিপূৰ্ণ। কৰ্মজীৱন, আৰ্থিক অৱস্থা, স্বাস্থ্য আৰু পৰিয়ালিক জীৱনত কাকো শুভ ফল দিব, কাকো সাৱধান হ’ব লাগিব— চাওক আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল-

মেষ ৰাশি

আজিৰ দিনটো আনন্দত পাৰ হ’ব। অংশীদাৰিত্বত ব্যৱসায় কৰা লোকসকলে আৰ্থিক লাভ পাব আৰু সামাজিক মানও বৃদ্ধি পাবে। দাম্পত্য জীৱনত চলি থকা অসুবিধা দূৰ হ’ব। পৰিয়ালৰ সহায় থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ শিক্ষাৰ্থীয়ে মনোযোগেৰে অধ্যয়ন কৰক।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: ৰঙা
উপায়: হনুমানক গুড় অৰ্পণ কৰক।

বৃষ ৰাশি

আজিৰ দিনটো বিশেষ হ’ব। জীৱনসঙ্গীয়ে আপোনাৰ ইচ্ছাৰ সন্মান কৰিব আৰু পুৰণি আশা পূৰণ হ’ব। দিনটো খৰচবহুল হব পাৰে, সেয়ে বাজেটৰ খেয়াল ৰাখক। কৰ্মক্ষেত্ৰত ছিনিয়ৰৰ সহায় লাভ কৰিব। সন্ধিয়া পৰিয়ালৰ সৈতে আনন্দত কটাব।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: গোলাপী
উপায়: মা লক্ষ্মীক ৰঙা ফুল অৰ্পণ কৰক।

মিথুন ৰাশি

আয়েৰে সঞ্চয়ৰ ওপৰত মনোযোগ দিব আৰু নতুন বিনিয়োগৰ সুযোগ লাভ কৰিব পাৰে। কোনোবাক ধন ঋণ নিদিব। ব্যৱসায়ত তৎক্ষণাত সিদ্ধান্ত লাভজনক হব। সন্তানৰ শিক্ষাৰ চিন্তা থাকিব, কিন্তু জীৱনসঙ্গীৰ সহায় থাকিব।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: সেউজীয়া
উপায়: গাইক সেউজীয়া ঘাঁহ খুৱাওক।

কৰ্কট ৰাশি

ঘৰত প্ৰেম আৰু সহযোগিতাৰ পৰিৱেশ থাকিব। ৰখা কাম পূৰণ হ’ব। ব্যৱসায়ত উন্নতি দেখা যাব। পুৰণি বিতৰ্কৰ সমাধান হব। মাক-দেউতাৰ সৈতে সময় কটাবৰ সুযোগ পাব।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: বগা
উপায়: শিৱলিঙ্গত গাখীৰ ঢালক।

সিংহ ৰাশি

আর্থিক ক্ষেত্ৰত সাৱধান থাকিব লাগিব। অপ্ৰয়োজনীয় খৰচ সম্ভৱ। জীৱনসঙ্গীৰ স্বাস্থ্যৰ চিন্তা থাকিব। প্ৰেমজীৱনত মতভেদৰ পৰা দূৰ থাকক। কোনো ধাৰ্মিক বা মঙ্গলকাৰ্যত অংশগ্ৰহণ কৰিব পাৰে।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: সোণালী
উপায়: সূৰ্যদেৱক পানী অৰ্পণ কৰক।

কন্যা ৰাশি

ৰাজনীতি বা সামাজিক ক্ষেত্ৰৰ লোকে সন্মান পাব। ব্যৱসায়ত লাভৰ সংকেত। জীৱনসঙ্গীৰ সহায় লাভ কৰিব। সন্তানৰ পৰা সুখবৰ আহিব পাৰে। সৃষ্টিশীল কামত আগ্ৰহ বৃদ্ধি পাব।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: সেউজীয়া
উপায়: গণেশক দূবৰি অৰ্পণ কৰক।

তুলা ৰাশি

দিনটো অলপ জটিল হব, কিন্তু আপুনি সমস্যা সমাধান কৰিব পাৰিব। পৰিয়ালিক কাৰ্যত ব্যস্ত থাকিব। স্বাস্থ্যৰ যত্ন লওক। পুৰণি ঋণৰ পৰা মুক্তি পাব। মাতৃৰ সৈতে মতভেদ সম্ভৱ।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: নীলা
উপায়: কোনো গৰীবক বগা কাপোৰ দান কৰক।

বৃশ্চিক ৰাশি

দিনটো সাধাৰণ যাব। আৰাম-সুবিধাৰ ওপৰত খৰচ হব। বিবাহযোগ্য লোকসকলে প্ৰস্তাৱ পাব পাৰে। পৰীক্ষাত সফলতা লাভ কৰিব। নতুন দায়িত্ব আহিব পাৰে। খাদ্যাভ্যাসত সংযম ৰাখক।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: ৰঙা
উপায়: পানীত ৰঙা ফুল পেলাই সূৰ্যক অৰ্ঘ্য দিয়ক।

ধনু ৰাশি

আয়েৰে নতুন উৎস পোৱা যাব। ভাই-ভনীৰ পৰা উপহাৰ পাব পাৰে। বিদেশী ব্যৱসায়ীক বাবে দিনটো চেলেঞ্জপূৰ্ণ হব। সন্তানৰ সফলতাৰে মন প্ৰসন্ন থাকিব। সন্ধিয়া সংগীৰ সৈতে ঘূৰি আহিব পাৰে।
ভাগ্য সংখ্যা:
ভাগ্য ৰং: পিয়লি
উপায়: পিপল গছত চকৰি দিয়ক।

মকৰ ৰাশি

ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। পুৰণি সমস্যাৰ সমাধান হব। পৰিয়ালত আনন্দ বৃদ্ধি পাব। কোনো সদস্যৰ স্বাস্থ্যৰ যত্ন লওক। শহুুৰৰ ঘৰত সমস্যাৰো সমাধান সম্ভৱ।
ভাগ্য সংখ্যা: ১০
ভাগ্য ৰং: ধূসৰ
উপায়: শনিদেৱক সৰিয়হৰ তেল অৰ্পণ কৰক।

কুম্ভ ৰাশি

নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ শুভ দিন। বন্ধু আৰু পৰিজনৰ সহায় লাভ কৰিব। কিছুমানে আপোনাৰ সফলতাত ঈর্ষা কৰিব পাৰে। ধৰ্ম-কর্মৰ প্রতি আগ্ৰহ বৃদ্ধি পাব।
ভাগ্য সংখ্যা: ১৩
ভাগ্য ৰং: নীলা
উপায়: শনি মন্দিৰত চাকি জ্বালাওক।

মীন ৰাশি

ব্যৱসায়ত ধনৰ লাভ সম্ভৱ। আহাৰ-বিহাৰৰ যত্ন লওক। শিক্ষাৰ্থীয়ে পৰিশ্ৰমৰ ফল পাব। দান-পুণ্যৰ কাম কৰিব। পৰিয়ালৰ কোনোজনৰ বিবাহ প্ৰস্তাৱ অনুমোদিত হব পাৰে।
ভাগ্য সংখ্যা: ১১
ভাগ্য ৰং: পাতল নীলা
উপায়: তুলসীৰ তলত পানী অৰ্পণ কৰক আৰু ‘ওঁ নমো ভগৱতে বাসুদেৱায়’ মন্ত্র জপ কৰক।

You might also like