চালকৰ আসনত BJP : মুখথেকেচা CONGৰ, চিন্তান্বিত RJD
বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাত নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপি ৮৩টা আসনত আগবাঢ়ি আছে, ফলত এতিয়া বিজেপি আটাইতকৈ ডাঙৰ দল হিচাপে ওলাই আহিছে। নীতিশ কুমাৰৰ জেডিউ ৭৯খন আসনত আগবাঢ়ি আছে।
তেজস্বী যাদৱৰ আৰজেডি ৩২খন আসনত আৰু চিৰাগ পাছোৱানৰ LJPR ২২খন আসনত আগবাঢ়ি আছে।
কংগ্ৰেছ আৰু CPIML— দুয়োটা দলেই ৬খনকৈ আসনত আগবাঢ়ি আছে।
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ