নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ ভাৰতত প্ৰতিমিনিটত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। এইপৰ্যন্ত ভাৰতত আক্ৰান্ত হৈছে ১,৩৪৭ জন লোক। আৰু মৃত্যু হৈছে ৪৩জন লোক। ২৪ঘণ্টাত দেশত মৃত্যু হৈছে ১৪জন লোকৰ। সৰ্বাধিক হাৰত মহাৰাষ্ট্ৰত সংক্ৰমিত হৈছে এই মহামাৰী কৰ’না ভাইৰাছ। ২৩৮জন লোক আৰু প্ৰাণ হেৰুৱাইছে ১০জনকৈ লোকে। ইয়াৰ পিছতে আছে কেৰালা।
কেৰালাত আক্ৰান্ত হৈছে ২৩৪জন
দিল্লী–৯৭জন
কৰ্ণাটক–৯১জন
গুজৰাট–৭০জন
উত্তৰপ্ৰদেশ–৯৬জন
তেলেংগানা–৭৭জন
লাডাখ–১৩জন
জম্মু-কাশ্মীৰ–৪৯জন
ৰাজস্থান–৭৯জন
অন্ধ্ৰপ্ৰদেশ–২৩জন
পঞ্জাৱ–৪১জন
তামিলনাডু–৬৭জন
ছত্তিশগড়–৮জন
উত্তৰাখণ্ড–৭জন
পশ্চিমবংগ–২২জন
বিহাৰ–১৫জন
ওড়িশা–৩জন
গোৱা–৫জন