নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত ৰেলৰ খুন্দাত নিহত যুৱক

  • পৰ্বতঝোৰা টিপকাইত ৰেলৰ খুন্দাত নিহত এজন যুৱক।
  • নিশা ৰেল পথ অতিক্ৰম কৰোঁতে ৰেলৰ খুন্দাত নিহত হোৱাৰ সন্দেহ!
  • নিহত যুৱকজন ছিলকীখাতা প্ৰথম খণ্ড গাঁৱৰ দাহাৰ বসুমতাৰী।
  • RPF বাহিনীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে DMCHলৈ প্ৰেৰণ কৰে।

ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ

You might also like