নিয়োগ বাৰ্তা : বিএছএফত ৫৪৯টা কনিষ্টবল পদত চাকৰিৰ বিজ্ঞাপন
🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ জানুৱাৰী
ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ (বিএছএফ)ত খালী থকা ৫ শতাধিক কনিষ্টবলৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
Official website : rectt.bsf.gov.in
Online Application Link : Click Here
