নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত পূৰ্বপুৰুষক স্মৰণ কৰি মে-ডাম-মে-ফীৰ আয়োজন

আজি পৱিত্ৰ মে-ডাম-মে-ফী। আহোম সমাজৰ পূৰ্বপুৰুষক স্মৰণ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সোণাৰিতো অনুষ্ঠিত হৈছে মে-ডাম-মে-ফী। চৰাইদেউত সোণাৰি টাই আহোম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ৰাজহুৱাভাৱে মে-ডাম-মে-ফী পালন কৰা হৈছে। স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ স্মৃতিক সুঁৱৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে মে-ডাম-মে-ফী।

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী :

You might also like