২০২৫ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা কৰা হৈছে। এইবাৰ অসমীয়া ভাষাৰ বাবে বিশিষ্ট সাহিত্যিক দেৱব্ৰত দাসলৈ এই সন্মান আগবঢ়োৱা হৈছে।
তেওঁৰ সাহিত্যকর্ম ‘কড়ি খেলাৰ সাধু’ গ্ৰন্থখনৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। উল্লেখ্য যে বিশেষ কাৰণত এই বঁটা কেতিয়াবাই ঘোষণা কৰিব লাগিছিল যদিও আজি ৩ মাহৰ পিছত ঘোষণা কৰা হয়।
অসমীয়াৰ লগতে দেশৰ আন ২৩টা ভাষাতো এই বঁটা প্ৰদান কৰা হৈছে। দেশৰ বিভিন্ন ভাষাৰ সাহিত্য সৃষ্টিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এই বঁটা বিশেষ গুৰুত্বপূৰ্ণ।
ডিজিটেল ডেস্ক, ১৬ মাৰ্চ