নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ মান্দাকাটা বেটেলিয়ন কেম্পত অঘটন

  • কামৰূপ জিলাৰ মান্দাকাটা বেটেলিয়ন কেম্পত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • অৰ্পণা পণ্ডিত নামৰ এগৰাকী মহিলা জোৱানে নিজ শোৱনি কোঠাত আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।
  • বীৰাংগনা হিচাপে কৰ্মৰত আছিল মহিলা জোৱানগৰাকী।
  • ঘটনাটোৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
  • আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ২২ এপ্ৰিল

You might also like