পূৰ্ণ গতিত চলি আছে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা বিজয়ী প্ৰাৰ্থীসকল হল-
- ধেমাজিত বিজেপিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ জয়লাভ
- চিচিবৰগাঁৱত বিজেপিৰ জীৱন গগৈৰ জয়লাভ
- যোৰহাটত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ জয়লাভ
- ৰঙানদীত বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ জয়লাভ
- বিহপুৰীয়াত বিজেপিৰ ভূপেন কুমাৰ বৰাৰ জয়লাভ
- মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ
- নলবাৰীত বিজেপিৰ জয়ন্ত মল্ল বৰুৱাৰ বৃহৎ বিজয়
- জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগুৰ জয়লাভ
- মাহমৰাত বিজেপি প্ৰাৰ্থী সূৰুয দিহিঙীয়াৰ জয়লাভ
- খুমটাইত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াৰ বৃহৎ বিজয়
- সৰুপথাৰত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ জয় লাভ
- গোলাঘাটত বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ বৃহৎ বিজয়
- নিউ গুৱাহাটীত জয় লাভ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ
- মাজুলীত বিজেপি প্ৰাৰ্থী ভুৱন গামৰ জয় লাভ
- দেৰগাঁৱত বিজেপি প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ জয় লাভ
- ডিমৰীয়া সমষ্টিত অগপ প্ৰাৰ্থী তপন কুমাৰ দাসৰ বৃহৎ জয়
- বোকাখাতত অগপ প্ৰাৰ্থী অতুল বৰাৰ বৃহৎ বিজয়
- ছমৰীয়াত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ জয়লাভ
- মাজবাটত বিপিএফৰ চৰণ বড়োৰ জয়লাভ
- নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ বৃহৎ জয়
- মন্দিয়াত তৃণমূল কংগ্ৰেছৰ শ্বেৰমান আলী আহমেদৰ জয়লাভ
- বিশ্বনাথত বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসৰ জয়লাভ
- তিতাবৰত বিজেপিৰ ধীৰাজ গোৱালাৰ জয়লাভ
- বিহালী বিজেপিৰ মুনীন্দ্ৰ দাসৰ জয়লাভ
- মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তাৰ জয়লাভ
- দিছপুৰত বিজেপিৰ প্ৰদ্যুত বৰদলৈৰ জয়লাভ
- তামুলপুৰত জয়লাভ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ
- ধলাই সমষ্টিত বিজেপিৰ অমিয়কান্তি দাসৰ জয়লাভ
- টংলা সমষ্টিত বিজেপিৰ বিকন চন্দ্ৰ ডেকাৰ জয়লাভ
- চেঙাত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদৰ জয়লাভ
- নগাঁও-বটদ্ৰৱাত বিজেপিৰ ৰূপক শৰ্মাৰ জয়লাভ
- মাকুমত বিজেপিৰ সঞ্জয় কিষাণৰ জয়লাভ
- দলগাঁৱত AIUDF-ৰ মজিবুৰ ৰহমানৰ জয়লাভ
- নদুৱাৰ সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকাৰ জয়লাভ
- সোণাৰিত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰৰ জয়লাভ
- লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়ৰ জয়লাভ
- মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাৰ জয়লাভ
- কাটিগড়াত বিজেপিৰ কমলাক্ষ দে পুৰকায়স্থৰ জয়লাভ
- বৰক্ষেত্ৰীত বিজেপিৰ নাৰায়ণ ডেকাৰ জয়লাভ
- বৰখলাত বিজেপিৰ কিশোৰ নাথৰ জয়লাভ
- নাওবৈচাত কংগ্ৰেছৰ জয়প্ৰকাশ দাসৰ জয়লাভ
- পশ্চিম গোৱালপাৰাত বিজেপিৰ পৱিত্ৰ ৰাভাৰ জয়লাভ
- উধাৰবন্দত বিজেপিৰ ৰাজদ্বীপ গোৱালাৰ জয়লাভ
- জালুকবাৰীত বিজেপিৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
- মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰীৰ জয়লাভ
- ডিমৌত বিজেপিৰ সুশান্ত বৰগোহাঁইৰ জয়লাভ
- ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ জয়লাভ
- টিংখাঙত বিজেপি প্ৰাৰ্থী বিমল বৰাৰ জয়লাভ
- ৰঙিয়াত বিজেপিৰ ভৱেশ কলিতাৰ জয়লাভ
- মানসত বিপিএফৰ থানেশ্বৰ বসুমতাৰীৰ জয়লাভ
- মঙলদৈত বিজেপিৰ নীলিমা দেৱীৰ জয়লাভ
- তেজপুৰত অগপৰ পৃত্থিৰাজ ৰাভাৰ জয়লাভ
- বকো-ছয়গাঁৱত বিজেপিৰ ৰাজু মেচৰ জয়লাভ
- পলাশবাৰীত বিজেপিৰ হিমাংশু শেখৰ বৈশ্যৰ জয়লাভ
- ডুমডুমাত বিজেপিৰ ৰূপেশ গোৱালাৰ জয়লাভ
- খোৱাঙত বিজেপিৰ চক্ৰধৰ গগৈৰ জয়লাভ
- তিনিচুকীয়াত বিজেপিৰ পুলক গোহাঁইৰ জয়লাভ
- ভৱানীপুৰ-সৰভোগত বিজেপিৰ ৰণজিত কুমাৰ দাসৰ জয়লাভ
ডিজিটেল ডেস্ক, ৪ মে’