নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামীৰ দেহাৱসান

স্বামীহাৰা হ’ল সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক নৱনীতা সন্দিকৈ। সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী ডা: ধ্ৰুবজ্যোতি সন্দিকৈয়ে যোৱানিশা চৰাইদেউ জিলাৰ সাপেখাতীত অৱস্থিত বাসভৱনত অন্তিম নিশ্বাস ত্যাগ কৰে।

জনপ্ৰিয় শল্য চিকিৎসক ডা: সন্দিকৈ সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত জনকীনাথ সন্দিকৈৰ পুত্ৰ। তেওঁৰ মৃত্যুত সমগ্ৰ চৰাইদেউ জিলাত শোকৰ ছাঁ পৰিছে।

ডিজিটেল ডেস্ক, ১৫ মে’

You might also like